ভ্ৰাম্যমাণৰ পহিলা খোজটো কহিনুৰৰ যোগে দিব পায় যথেষ্ট গৌৰৱী অভিনেতা সিদ্ধান্ত কলিতা৷উল্লেখ্য যে চলিত বৰ্ষত অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল কহিনুৰ থিয়েটাৰৰ যোগে ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰবেশ কৰিছে যুৱ অভিনেতা সিদ্ধান্ত কলিতাই৷তেওঁ কয় যে কেমেৰাৰ সন্মুখত কৰা অভিনয়ক ৰাইজে আদৰিছে৷এইবেলি ভ্ৰাম্যমাণটো ৰাইজে যথেষ্ট মৰম কৰিছে৷।মই যথেষ্ট সুখি৷আনহাতে বিশিষ্ট যুৱ অভিনেতা গৰাকীয়ে আগন্তুক দিনটো ভ্ৰাম্যমাণত অভিনয় কৰাৰ যথেষ্ট সম্ভাৱনা থকা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
2023 Tata Safari और Harrier Facelift को GNCAP में मिली 5-स्टार रेटिंग, जानिए कितनी हैं सेफ
Global NCAP ने Tata Motors की पॉपुलर जुड़वा एसयूवी 2023 Tata Harrier और 2023 Tata Safari को...
રાણીબાગ ચાર રસ્તા ખાતે બેરોજગારી અને મોઘવારીના વિરોધમાં પ્રદર્શન કરતા NSUI ના કાર્યકરોની અટકાયત કરાઈ
રાણીબાગ ચાર રસ્તા ખાતે બેરોજગારી અને મોઘવારીના વિરોધમાં પ્રદર્શન કરતા NSUI ના કાર્યકરોની અટકાયત કરાઈ
खोजा गेट व्यापार मंडल द्वारा निर्जला एकादशी के पावन पर्व पर सभी राहगीरों को को ठंडी छाछ पीला करके सेवा कार्य किया
खोजा गेट व्यापार मंडल द्वारा निर्जला एकादशी के पावन पर्व पर सभी राहगीरों को को ठंडी छाछ पीला करके...
ડાકોરના ડંકનાથ મહાદેવ મંદિર ની બહાર વૃધ્ધ મહિલા મૃત અવસ્થામાં મળી..
ડાકોર ડંકનાથ મહાદેવ મંદિરની બહાર ખુલ્લી જગ્યામાંથી મરણ અવસ્થામાં વૃદ્ધ મહિલા મળી
ઠાસરા...
জোনাই গালী চিকাৰীত পথ দুৰ্ঘটনা,প্ৰাণ ৰক্ষা দুজনৰ
জোনাই গালী চিকাৰীত পথ দুৰ্ঘটনা,প্ৰাণ ৰক্ষা দুজনৰ