ভ্ৰাম্যমাণৰ পহিলা খোজটো কহিনুৰৰ যোগে দিব পায় যথেষ্ট গৌৰৱী অভিনেতা সিদ্ধান্ত কলিতা৷উল্লেখ্য যে চলিত বৰ্ষত অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল কহিনুৰ থিয়েটাৰৰ যোগে ভ্ৰাম্যমাণ থিয়েটাৰত প্ৰবেশ কৰিছে যুৱ অভিনেতা সিদ্ধান্ত কলিতাই৷তেওঁ কয় যে কেমেৰাৰ সন্মুখত কৰা অভিনয়ক ৰাইজে আদৰিছে৷এইবেলি ভ্ৰাম্যমাণটো ৰাইজে যথেষ্ট মৰম কৰিছে৷।মই যথেষ্ট সুখি৷আনহাতে বিশিষ্ট যুৱ অভিনেতা গৰাকীয়ে আগন্তুক দিনটো ভ্ৰাম্যমাণত অভিনয় কৰাৰ যথেষ্ট সম্ভাৱনা থকা বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સેવાસી વણકર વાસસ્મશાન પાસે એક વ્યક્તિનો મૃતદેહ મળ્યો
સેવાસી વણકર વાસસ્મશાન પાસે એક વ્યક્તિનો મૃતદેહ મળ્યો
डॉ राठोड यांचा डॉ मुंडे हस्ते सन्मान
राज्याचे अन्न व औषध प्रशासन मंत्री यांचे खाजगी सचिव डॉ.विशाल राठोड यांचा डॉ.संतोष मुंडे यांच्या...
Jail to Bail: हत्या के मामले में अभियुक्त बनने से लेकर पढ़ने, वकील बनने, रिहा होने तक कहानी...(BBC)
Jail to Bail: हत्या के मामले में अभियुक्त बनने से लेकर पढ़ने, वकील बनने, रिहा होने तक कहानी...(BBC)
বিহাৰৰ নালন্দা জিলাত ৰেলপথৰ পৰা নামি অহা মালবাহী ৰে’লত চেলফি তুলিবলৈ গৈ এজন লোকে প্ৰাণ হেৰুৱালে। হাইটেনচন লাইনৰ কবলত যুৱকজন অহাৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা। আহত আন এজন যুৱক।
তথ্য অনুসৰি,ঝাৰখণ্ডৰ পৰা অহা এখন কয়লা ভৰ্তি সামগ্ৰী ৰেল ইছলামপুৰ-ফতুহা ৰেল ছেকচনৰ মাজেৰে পাৰ হৈ...
ડીસામાં પરંપરાગત વાનગીઓનો રસાસ્વાદ યોજાયો
વારસો અને વિરાસતની થીમ પર શ્રી નવજીવન બી એડ કોલેજ ડીસા ખાતે અવનવી વાનગીઓનો રસાસ્વાદ કરવામાં આવ્યો...