সোণাৰিত আলফা স্বাধীনৰ সদস্যই আত্মসমৰ্পন কৰা পাছত সবিশেষ জানিবলৈ দিছে চৰাইদেউ জিলা আৰক্ষীয়ে। আৰক্ষীৰপৰা লাভ কৰা তথ্য অনুসৰি আত্মসমৰ্পন কৰা আলফা স্বাধীনৰ সদস্য জনৰ নাম পংকজ গোঁহাই ওৰফে ভৈৰৱ অসম। বানফেৰাৰ বাসিন্দা ৰঞ্জিত গোহাঁইৰ পুত্ৰ ভৈৰৱ অসম। ২০১৬ চনত আলফা স্বাধীনত যোগদান কৰিছিল আত্মসমৰ্পন কৰা সদস্যজনক ২০১৯ চনত অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ আৰক্ষীয়ে আটক কৰিছিল। পৰৱৰ্তী সময়ত কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি আজি চৰাইদেউ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি
চাহ বাগিচাৰ শ্ৰমিকৰ বাবে সুখবৰ। বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য...
प्रसिद्ध प्राचीन मंदिर में मात्रा उद्यान मैं नगर पालिका की अनदेखी केशोरायपाटन
प्रसिद्ध प्राचीन मंदिर में मात्रा उद्यान मैं नगर पालिका की अनदेखी केशोरायपाटन प्रसिद्ध प्राचीन...
મહુવા ભાજપના ઉમેદવાર શિવાભાઈ ગોહિલની ભવ્ય જીત થતા વીજય રેલી યોજાઈ
મહુવા ભાજપના ઉમેદવાર શિવાભાઈ ગોહિલની ભવ્ય જીત થતા વીજય રેલી યોજાઈ
નવસારીમાં ગોઝારો અકસ્માત,કાર અને બસની ટક્કરમાં 9 લોકોના મોત,30 ઈજાગ્રસ્ત | SatyaNirbhay News Channel
નવસારીમાં ગોઝારો અકસ્માત,કાર અને બસની ટક્કરમાં 9 લોકોના મોત,30 ઈજાગ્રસ્ત | SatyaNirbhay News Channel
ಸುಶೀಲ್ ಮೆಮೋರಿಯಲ್ ಶಿಕ್ಷಣ ಸಮಾಜ ಸೇವಾ ಸಂಸ್ಥೆ ವತಿಯಿಂದ ಮಕ್ಕಳಲ್ಲಿ ರೋಗನಿರೋಧಕಹಾಗೂ ಸ್ಮರಣ ಶಕ್ತಿಯನ್ನು ವೃದ್ಧಿಸುವ
ಸುಶೀಲ್ ಮೆಮೋರಿಯಲ್ ಶಿಕ್ಷಣ ಸಮಾಜ ಸೇವಾ ಸಂಸ್ಥೆ ವತಿಯಿಂದ ಮಕ್ಕಳಲ್ಲಿ ರೋಗನಿರೋಧಕ ಹಾಗೂ ಸ್ಮರಣ...