টিংখাঙৰ ৰাজগড়ৰ মহাবিদ্যালয়ত বিনামূলীয়া চিকিৎসা শিবিৰ । অসম জ্যেষ্ঠ নাগৰিক সন্মিলন ৰাজগড়ৰ শাখাৰ উদ্যোগত জ্যেষ্ঠ নাগৰিকৰ বাবে ৰাজগড়ৰ মহাবিদ্যালয়ত অনুষ্ঠিত হয় এই চিকিৎসা শিবিৰ । টিংখাঙৰ বিভিন্ন অঞ্চলৰ শতাধিক গৰাকী বয়োজেষ্ঠ লোকক চিকিৎসা পৰীক্ষা কৰোৱা হয়। লগতে বিনামুলীয়াকৈ ঔষধ প্ৰদান কৰে । চিকিৎসা শিবিৰত অস্থি বিভাগ,শৈল্য, চকু, মেডিচিন আদি ৰোগৰ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়ায় । চিকিৎসা শিবিৰটো মুকলি কৰে ৰাজগড়ৰ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বীৰেন বৰাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દારૂ ભરેલું કન્ટેનર નેશનલ હાઇવે કરજણ પાસે થી ઝડપાયું
દારૂ ભરેલું કન્ટેનર નેશનલ હાઇવે કરજણ પાસે થી ઝડપાયું
খুব সোনকালে আৰম্ভ হব মিছন বসুন্ধৰা ২ মৰাণত এইকথা জানিব দিয়ে ৰাজহ মন্ত্ৰী যোগেন মহনে
খুব সোনকালে আৰম্ভ হব মিছন বসুন্ধৰা ২ মৰাণত এইকথা জানিব দিয়ে ৰাজহ মন্ত্ৰী যোগেন মহনে
BMW ने लॉन्च की नई इलेक्ट्रिक iX xDrive50, जानें कितनी है कीमत और कैसे हैं फीचर्स
जर्मनी की लग्जरी कार बनाने वाली कंपनी BMW ने भारतीय बाजार में नई इलेक्ट्रिक गाड़ी iX...
ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰপৰা পলাল তিনিজন দুধৰ্ষ অপৰাধী || গেৰেজাই লগত পলাল দুই অপৰাধী
ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰপৰা পলাল তিনিজন দুধৰ্ষ অপৰাধী || গেৰেজাই লগত পলাল দুই...
पंचक्रोशी ग्रामविकास समितीच्या अध्यक्षपदी अनिल भोवड यांची फेरनिवड
राजापूर : तालुक्यातील पंचक्रोशी ग्रामविकास समितीची सर्वसाधारण सभा समिती अध्यक्ष अनिल भोवड यांच्या...