নৃসিংহ মুৰাৰী ভাঁওনাই মুহিলে দৰ্শকক ৷

মাজুলীৰ কঠমীয়া গাঁৱত দ্বীপ জিলাৰ বিভিন্ন স্থানৰ যুৱক বৃন্দই অভিনয় কৰা নৃসিংহ মুৰাৰী ভাওঁনাই  আৰ্কশন কৰে ভকত বৈষ্ণৱক 

ভাঁও ভাৱৰীয়া প্ৰতি আৰ্কশিত হৈ বহুলোকে পুৰস্কাৰ দিয়া দেখা যায়।