নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত খেৰাজখাট মৌজাৰ অগ্ৰনী উচ্চ শিক্ষাৰ অনুষ্ঠান খেৰাজখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৮২ বৰ্ষৰ সহপাৰ্ঠীসকলৰ এখন সন্মিলন আজি বিদ্যালয় খনত অনুষ্ঠিত হয় ৷ বিদ্যালয় খনত ১৯৮২ চনৰ দশম শ্ৰেণীত অধ্যয়ণ কৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে শনিবাৰৰ দিনটোত বিভিন্ন কাৰ্যসুচীৰে সহপাঠী সন্মিলন খন অনুষ্ঠিত কৰে ৷ সেই অনুসৰি পুৱা পতাকা উত্তোলন কৰে উদ্যাপন সমিতিৰ সভাপতি পুংদা মানলুঙে , স্মৃতি তৰ্পন কৰে উদ্যাপন সমিতিৰ সম্পাদক যতীন চন্দ্ৰ বৰাই ৷ গছ পুলি ৰোপন প্ৰাক্তন ছাত্ৰ ৰূপা মানচে্ ৷ পুৱা ১১ বজাৰ পৰা বিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সম্বৰ্দ্ধনা সভা আৰু শৈক্ষিক সন্মিলন ৷ সভাখনত সভাপতিত্ব কৰে খেৰাজখাত উঃমাঃ বিদ্যালয় পৰিচালনা আৰু উন্নয়ণ সমিতিৰ সভাপতি ৰবিন শইকীয়াই ৷ উদ্ধোধন কৰে খেৰাজখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিপুল দাসে ৷ সভাখনত মুখ্য বক্তা ৰুপে উপস্থিত থাকে বিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চন্দ্ৰনাথ শইকীয়া আৰু ভাৰতীয় প্ৰশাসনিক বিষয়া যাদৱ শইকীয়াই ৷ সভাতে প্ৰাক্তন ছাত্ৰ বলিন ভূঞাৰ সম্পাদনাৰ স্মৃতিগ্ৰন্থ ‘ৰোমন্থন’ উন্মোচন কৰে খেৰাজখাত চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ বীৰেন বৰাই ৷ দুপৰীয়া “সতীৰ্থ সুবাস” নামেৰে সতীৰ্থ সকলৰ মাজত অন্তৰঙ্গ আলাপ অনুষ্ঠান অনুষ্ঠিত হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भारत बंद रहा बे असर अलग-अलग गुटों के सोपा ज्ञापन कुछ वर्गो ने किया विरोध
लूणकरणसर कस्बे में भारत बंद रहा बेअसर। अलग-अलग गुटों में सोपा ज्ञापन। कुछ वर्गों ने किया विरोध।...
તુર્કી માં વિનાશક ભૂકંપ બાદ કાટમાળ નીચે દબાયેલા પોતાના ભાઈ ને કંઈક આ રીતે હિંમત આપતી રહી બહેન...
તુર્કી માં વિનાશક ભૂકંપ બાદ કાટમાળ નીચે દબાયેલા પોતાના ભાઈ ને કંઈક આ રીતે હિંમત આપતી રહી...
बिबट्याचा अंगावर काटा आणणारा व्हिडिओ होतोय सोशल मीडियावर व्हायरल पाहा व्हिडिओ । Leopard Attack Video
बिबट्याचा अंगावर काटा आणणारा व्हिडिओ होतोय सोशल मीडियावर व्हायरल पाहा व्हिडिओ । Leopard Attack Video
CM Kejriwal News: AAP नेता Atishi ने ED से पूछे ये 5 बड़े सवाल, लगाया बड़ा आरोप | Aaj Tak
CM Kejriwal News: AAP नेता Atishi ने ED से पूछे ये 5 बड़े सवाल, लगाया बड़ा आरोप | Aaj Tak
જ્ઞાનવાપી કેસઃ જ્ઞાનવાપી કેસમાં ઔરંગઝેબની એન્ટ્રી, મુસ્લિમ પક્ષે કહ્યું- આલમગીર છે મસ્જિદનો માલિક
જ્ઞાનવાપી-શ્રૃંગાર ગૌરી કેસમાં, મુસ્લિમ પક્ષે મંગળવારે જિલ્લા ન્યાયાધીશની કોર્ટમાં દલીલ કરી હતી...