APSCত উত্তীৰ্ণ তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিলে তিনিগৰাকী ছাত্ৰী কন্যাই ৷ আজি তিনিওগৰাকীৰে নিজা বাসগৃহত উপস্থিত হৈ তিনিচুকীয়া আছুয়ে এক অভিনন্দন জ্ঞাপন কৰে ৷