সদ্য ঘোষিত অসম লোক সেৱা আয়োগৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ সোণতলীস্থিত নিজ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ সোণতলীত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়। 

বহু গুণমুগ্ধৰ লগতে হুছেইনৰ বাল্যকালৰ বন্ধুবৰ্গই অভিনন্দন জনাই। 

আজি বকো সমষ্ঠি যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি ময়দুল ইচলামৰ নেতৃত্বত সজাতি দল এটা ইপস্থিত হৈ গামোচা আৰু শৰাইৰে শুভেচ্ছা জনায়। 

গোলাম ছাৰোৱাৰৰ মাতৃৰ অশেষ কষ্ট আৰু ত্যাগৰ ফল বুটলি আনিবলৈ সক্ষম হোৱত মাতৃৱে আনন্দত আত্মহাৰা হৈ পৰে