১১অক্টোবৰৰ পৰা চিকিৎসাধীন হৈ আছিল সত্ৰীয়াগৰাকী। GMCH ত চিকিৎসাধীন হৈ আছিল সত্ৰীয়াগৰাকী। বশিষ্ঠ দেৱ শৰ্মাৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৪ বছৰ।

আজি বিয়লি ৪ বাজি ৫৬ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে বুঢ়াসত্ৰীয়াজনে।