শিৱসাগৰ খেলুৱা শিক্ষা খণ্ডৰ তথা বকতা সমল কেন্দ্ৰৰ অন্তৰ্গত বকতা পশ্চিম বস্তি মধ্য ইংৰাজী বিদ্যালয়ত শৈক্ষিক গোটৰ সভা চমুকৈ BACG সভা খন অনুষ্ঠিত হৈ যায় , সভাৰ আৰম্ভণি তে বিদ্যালয় ত এখন স্থায়ীভাৱে নিৰ্মাণ কৰা পকি বেঞ্চ ,আৰু হৰিৎকনা নামৰ এখন প্ৰাচীৰ পত্ৰিকা উম্নোচন কৰে শিৱসাগৰ খেলুৱা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহেন্দ্ৰ শৰ্মা আৰু বিদ্যালয়ৰ সহ পৰিৰ্দশকা প্ৰতিভা কুৰ্মীয়ে ,সভাত বিদ্যালয় তৰফৰ পৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ,বিদ্যালয় সহ পৰিৰ্দশিকা,বি আৰপি, এম আই এছ, সকলক সম্বন্ধনা জনোৱা হয়।আজি BACG সভাৰ পূৰ্বে খেলূৱা শিক্ষা খণ্ডৰ 23 জন চি আৰ চি চি য়ে মহখুটি,পাৰিজাত, বকতা, ৰ বহু কেইখন বিদ্যালয় পৰিদৰ্শন কৰি সভাত পৰ্য্যালোচনা কৰে।সভাত শিক্ষা খণ্ডটোৰ গনানিক সকলেও বক্তব্য ৰাখে, খণ্ড পৰ্য্যায়ত অনুষ্ঠিত হোৱা সভা খনৰ আৰম্ভণিতে বকতা অঞ্চলৰ সু গায়িকা বনদীপা ফুকনে পৰিৱেশন কৰা গীতে সকলোকে আপ্লুত কৰি তোলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમરેલી જિલ્લાના ખાંભા તાલુકાના જામકા ગામેથી બોગસ ડોક્ટરને ઝડપી પાડતી અમરેલી એસ.ઓ.જી.ટીમ.
સરકાર માન્ય એલોપેથીક સારવાર કરવા માટેની ડિગ્રી વગર ક્લિનિક ચલાવી દર્દીઓ પાસેથી ફી લઇ સારવાર આપી...
ચોટીલામા રૂ. 34 કરોડના ખર્ચે વિશાળ આકાર લઇ રહેલા ઝવેરચંદ મેઘાણી સંગ્રહાલયનું ગુજરાતનાં CM ભુપેન્દ્ર પટેલ લોકાર્પણ કર્યું
સુરેન્દ્રનગર જિલ્લાના ચોટીલામા રૂ. 34 કરોડના ખર્ચે વિશાળ આકાર લઇ રહેલા ઝવેરચંદ મેઘાણી...
जेव्हा सशाला येते पोहण्याची लहर
जेव्हा सशाला येते पोहण्याची लहर
सिर्फ 599 रुपये में लॉन्च हुए सस्ते नेकबैंड, सिंगल चार्ज में मिलेगा 42 घंटे का बैटरी बैकअप
बेहतरीन फिनिश के साथ डिजाइन किए गए नेकबैंड न केवल फंक्शनल है बल्कि स्टाइलिश भी है। टाइप-सी फास्ट...