শিৱসাগৰ খেলুৱা শিক্ষা খণ্ডৰ তথা বকতা সমল কেন্দ্ৰৰ অন্তৰ্গত বকতা পশ্চিম বস্তি মধ্য ইংৰাজী বিদ্যালয়ত শৈক্ষিক গোটৰ সভা চমুকৈ BACG সভা খন অনুষ্ঠিত হৈ যায় , সভাৰ আৰম্ভণি তে বিদ্যালয় ত এখন স্থায়ীভাৱে নিৰ্মাণ কৰা পকি বেঞ্চ ,আৰু হৰিৎকনা নামৰ এখন প্ৰাচীৰ পত্ৰিকা উম্নোচন কৰে শিৱসাগৰ খেলুৱা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মহেন্দ্ৰ শৰ্মা আৰু বিদ্যালয়ৰ সহ পৰিৰ্দশকা প্ৰতিভা কুৰ্মীয়ে ,সভাত বিদ্যালয় তৰফৰ পৰা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ,বিদ্যালয় সহ পৰিৰ্দশিকা,বি আৰপি, এম আই এছ, সকলক সম্বন্ধনা জনোৱা হয়।আজি BACG সভাৰ পূৰ্বে খেলূৱা শিক্ষা খণ্ডৰ 23 জন চি আৰ চি চি য়ে মহখুটি,পাৰিজাত, বকতা, ৰ বহু কেইখন বিদ্যালয় পৰিদৰ্শন কৰি সভাত পৰ্য্যালোচনা কৰে।সভাত শিক্ষা খণ্ডটোৰ গনানিক সকলেও বক্তব্য ৰাখে, খণ্ড পৰ্য্যায়ত অনুষ্ঠিত হোৱা সভা খনৰ আৰম্ভণিতে বকতা অঞ্চলৰ সু গায়িকা বনদীপা ফুকনে পৰিৱেশন কৰা গীতে সকলোকে আপ্লুত কৰি তোলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सामाजिक उपक्रमांनी नवरात्र महोत्सव साजरा करणार -प्रा.सचिन उबाळे
श्री.अंबिका तुळजाई नवरात्र महोत्सव सुभाष रोड बीड,अध्यक्षपदी भोला जाधव,सचिव पदी गणेश ढवळे यांची...
ડીસામાં પ્રેમી-પંખીડા ભાગી ગયેલા મામલે યુવકનું શખ્સોએ અપહરણ કર્યું
ડીસાની સોસાયટીના યુવક-યુવતી આઠ મહિના અગાઉ ઘરેથી ભાગી ગયા હતા. જેનું મનદુઃખ રાખી આશાપુરા સોસાયટી...
নাৰায়ণপুৰৰ ছাত্ৰী উপাসনা বৰুৱাৰ উদ্ভাৱন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত
নাৰায়ণপুৰৰ ছাত্ৰী উপাসনা বৰুৱাৰ উদ্ভাৱন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত
ગીતાંજલિ વિદ્યાલય વઢવાણ દ્વારા એન્યુઅલ પ્રોગ્રામ તથા વાર્ષિક ઇનામ કાર્યકમ યોજાયો
ગીતાંજલિ વિદ્યાલય વઢવાણ દ્વારા એન્યુઅલ પ્રોગ્રામ તથા વાર્ષિક ઇનામ વિતરણ સમારોહ વર્ષ 2022/23નું...