আজাদী কা অমৃত মহোৎসৱ উপলক্ষে খাৰুপেটীয়া পৌৰসডাৰ অন্তৰ্গত আত্ম সহায়ক গোটৰ উদ্যোগত আজি খাৰুপেটীয়াত ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ এটা মুকলি কৰা হয়। কেন্দ্ৰটি মুকুলি অনুষ্ঠানত উপস্থিত থাকে খাৰুপেটীয়া পৌৰসভাৰ সভানেত্ৰী কৃষ্ণা সাহা, কাৰ্যবাহী বিষয়া সীমান্ত বসুমতাৰীৰ লগতে পৌৰসভাৰ বিভিন্ন ৱাৰ্ড সদস্য সদস্যা আৰু আত্ম সহায়ক গোটৰ সদস্যা সকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પોલીસ કોન્સ્ટેબલ ધર્મેન્દ્રસિંહની ચુડામાં, રોનકની ચાચકા ગામમાં, અમન અને અરમાનની સુરેન્દ્રનગરમાં અંતિમયાત્રા નીકળી
બુધવારની રાત અમદાવાદ માટે કાળી સાબિત થઇ હતી. ઇસ્કોન બ્રિજ પર થયેલા ડમ્પર અને થાર ગાડીના અકસ્માતને...
ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বৰাৰ সিমান্ত পৰিদৰ্শন: অসম-অৰুণাচল কাণুবাৰীত দুয়োখন ৰাজ্যৰ বৈঠক
ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বৰাৰ সিমান্ত পৰিদৰ্শন।অসম-অৰুণাচল কাণুবাৰীত দুয়োখন ৰাজ্যৰ বৈঠক।
পাথৰিঘাটত সাহিত্য সংস্কৃতিৰ পূজাৰী প্ৰয়াত পদ্ম কুমাৰ দাস শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ উন্মোচন
পাথৰিঘাটত সাহিত্য সংস্কৃতিৰ পূজাৰী প্ৰয়াত পদ্ম কুমাৰ দাসৰ শ্ৰদ্ধাৰ্ঘ্য গ্ৰন্থ উন্মোচনী অনুষ্ঠান...
'जब संसद में घुसे थे लड़के, देशभक्त कहने वालों की हवा निकल गई', Jantar-Mantar पर बोले Rahul Gandhi
'जब संसद में घुसे थे लड़के, देशभक्त कहने वालों की हवा निकल गई', Jantar-Mantar पर बोले Rahul Gandhi
মৰাণত ফাৰ্নিকো ফাৰ্নিচাৰ দোকানৰ ভিতৰতে ব্যৱসায়ীয়ে আত্মহত্যা কৰাক লৈ তীব্ৰ চাঞ্চল্য
মৰাণত ফাৰ্নিকো ফাৰ্নিচাৰ দোকানৰ ভিতৰতে ব্যৱসায়ীয়ে আত্মহত্যা কৰাক লৈ তীব্ৰ চাঞ্চল্য