সোণাৰিৰ নিকটৱৰ্তী দিৰৈ ৰাঙলী অঞ্চলত "ৰাঙলী নাটঘৰ" নামৰ সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত দিৰৈ ৰাঙলীত নাটকৰ আখৰা।নাটঘৰৰ জৰিয়তে বিশিষ্ট নাট্যকাৰ আজাদ হুছেইনৰ এনকাউণ্টাৰ আৰু ডাঃ মৃদুল শৰ্মাৰ মাংকিমেন নামৰ নাটক খনৰ আখৰা কৰা হৈছে।অহা ১৯ আৰু ২০ নৱেম্বৰত দিৰৈ ৰাঙলীৰ বটুৱা পুখুৰী ৰাজহুৱা খেলপথাৰত মঞ্চস্থ কৰা হব নাটদুখন।স্থানীয় শিল্পী সকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্য সৃষ্টি হোৱা নাটঘৰ অনুষ্ঠান তোৰ জৰিয়তে বৃহত্তৰ দিৰৈ ৰাঙলী অঞ্চলৰ সুপ্ত প্ৰতিভা সমূহ উলিয়াই অনাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে নাটঘৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ অনুষ্ঠান "Dance Deewane-4 ত জিলিকিছে অসম সন্তান Tokjir
শিৱসাগৰঃ ৰাষ্ট্ৰীয় পৰ্য্যায়ত জিলিকিছে অসম সন্তান ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিছে অসম সন্তান...
ડબલ એન્જિન વાળી સરકારના તમામ એન્જિન બંધ : પોરબંદર એરપોર્ટ અરવિંદ કેજરીવાલ
ડબલ એન્જિન વાળી સરકારના તમામ એન્જિન બંધ : પોરબંદર એરપોર્ટ અરવિંદ કેજરીવાલ
प्रकृति परीक्षण अभियान का शुभारंभ..
जिला आयुर्वेद चिकित्सालय बूंदी में मंगलवार 26 नवम्बर से प्रकृति परीक्षण महाभियान की शुरुआत हुई।...
শিৱসাগৰৰ মেটেকাত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ নৃত্যাংশৰ শুভাৰম্ভণি
শিৱসাগৰঃ --শিৱসাগৰৰ মেটেকা মাজগাঁৱত দিখৌপৰীয়া কলা সংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত বৃহত্তৰ...
চেন্নাইৰ কেব চালকক ভুলকৈ ৯ হাজাৰ কোটি টকা জমা দিয়াৰ কিছুদিন পিছতে চাকৰি এৰিলে বেংকৰ চিইঅ’
তামিলনাড মাৰ্কেন্টাইল বেংকৰ পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া এছ কৃষ্ণনে চেন্নাইৰ এজন...