সোণাৰিৰ নিকটৱৰ্তী দিৰৈ ৰাঙলী অঞ্চলত "ৰাঙলী নাটঘৰ" নামৰ সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত দিৰৈ ৰাঙলীত নাটকৰ আখৰা।নাটঘৰৰ জৰিয়তে বিশিষ্ট নাট্যকাৰ আজাদ হুছেইনৰ এনকাউণ্টাৰ আৰু ডাঃ মৃদুল শৰ্মাৰ মাংকিমেন নামৰ নাটক খনৰ আখৰা কৰা হৈছে।অহা ১৯ আৰু ২০ নৱেম্বৰত দিৰৈ ৰাঙলীৰ বটুৱা পুখুৰী ৰাজহুৱা খেলপথাৰত মঞ্চস্থ কৰা হব নাটদুখন।স্থানীয় শিল্পী সকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্য সৃষ্টি হোৱা নাটঘৰ অনুষ্ঠান তোৰ জৰিয়তে বৃহত্তৰ দিৰৈ ৰাঙলী অঞ্চলৰ সুপ্ত প্ৰতিভা সমূহ উলিয়াই অনাত বিশেষ ভূমিকা গ্ৰহণ কৰিছে নাটঘৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तबाह मकान, उफनती नदियां और उखड़े पेड़... वायनाड में बारिश और भूस्खलन ने बरपाया कहर
वायनाड। केरल के वायनाड में ऊंचाई पर स्थित गांवों में मंगलवार को बड़े पैमाने पर हुई भूस्खलन...
ગણેશ મહોત્સવ નાં અંતિમ દિવસોમાલુહાર શાલા વિસ્તારમા૮માદિવસેદીપમાળાતથાઅનકોટસુંદર આયોજનકરવામાંઆવ્યું
ગણેશ મહોત્સવ નાં અંતિમ દિવસોમાલુહાર શાલા વિસ્તારમા૮માદિવસેદીપમાળાતથાઅનકોટસુંદર આયોજનકરવામાંઆવ્યું
Mercedes-Benz India ने GLS Facelift को 1.32 करोड़ की शुरुआती कीमत पर किया लॉन्च, जानें डिटेल्स
भारत में नई GLS Facelift को दो अलग-अलग ट्रिम्स- GLS 450 और GLS 400d में पेश करेगी। जहां GLS 450...
Jasdan Live | કેન્દ્રીય ગૃહ અને સહકાર મંત્રી અમિતભાઈ શાહની જસદણ ખાતે જાહેરસભા | Dpnewsgujarati
Jasdan Live | કેન્દ્રીય ગૃહ અને સહકાર મંત્રી અમિતભાઈ શાહની જસદણ ખાતે જાહેરસભા | Dpnewsgujarati