ওদালগুৰি জিলাৰ ভৈৰৱকুন্দ আৰক্ষী চকীৰ অন্তগত অৰ্জুন পাৰাত নিজ পুত্ৰৰ হাতত এগৰাকী মাতৃয়ে প্ৰান হেৰুৱাব লগা হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষী সুত্ৰে জানিব পৰা অৰ্জুন পাৰাৰ ৰাজু কৰ্মকাৰ কৰ্মসুত্ৰে ওদালগুৰিৰ বাহিৰত থাকে।ঘৰত থাকে পত্নি হীৰা কৰ্মকাৰ আৰু একমাত্ৰ পুত্ৰ দীপু কৰ্মকাৰে বাস কৰে।আজি আবেলিলৈ তেওলোকৰ কোনো এজনকে দেখা নেপায় চুবুৰীয়া লোক ঘৰলৈ যায়। নাম ধৰি মাতাৰ পিছতো কোনো সহাৰি নেপায় ভিতৰলৈ সোমাই যোৱাত হীৰা কৰ্মকাৰক ঢলিপৰিথকা অৱস্হাত প্ৰত্যক্ষ কৰে।মহিলা গৰাকীৰ মুৰত আঘাতৰ চিন স্পষ্ট ।লগে লগে চুবুৰীয়া লোকে ভৈৰৱকুন্দ আৰক্ষীক খৱৰ দিয়াত আৰক্ষীয়ে মহিলা গৰাকীক মৃত অৱস্হাত উদ্ধাৰ কৰে।ঘটনাটো যোৱা নিশাই সংঘটিত হয় যদিও আজি আৱেলিহে পোহৰলৈ আহে ঘটনাটো।অনুসন্ধান কৰি আৰক্ষীয়ে নিশ্চিত হয় যে পুত্ৰ দীপু কৰ্মকাৰে মাকক মৰিয়াই হত্যা কৰি পলায়ন কৰে।কিন্তু কি কাৰনত পুত্ৰ দীপুৱে নিজৰ মাকক হত্যা কৰে সেইয়া জানিব পৰা হোৱা নাই। মহিলা গৰাকীৰ মৃতদেহটো মৰোনত্তৰ পৰীক্ষাৰ বাৱে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
तारा सुतारिया ने कथित बॉयफ्रेंड आदर जैन की मां रीमा जैन को किया बर्थडे विश, लिखा- हमारी फेवरेट
अभिनेत्री तारा सुतारिया अपने काम से लेकर लुक्स तक को लेकर खूब सुर्खियों में रहती हैं। इसके साथ ही...
'গান্ধীৰ বাহিৰে কংগ্ৰেছৰ কোনো নাথাকিব': গুলাম নবী আজাদৰ প্ৰস্থানৰ পিছতে ড০ হিমন্তবিশ্ব শৰ্মাৰ তাচ্ছিল্যসূচক মন্তব্য
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্য বিৰোধী দল কংগ্ৰেছক সমালোচনা কৰি কয় যে দলটোৰ...
पाचोड येथे किराणा दुकानात चोरी
"४० हजार रुपये रोख लंपास"
पाचोड येथे किराणा दुकानात चोरी ;४० हजार रुपये रोख लंपास"
पाचोड (विजय चिडे) पाचोड ता.येथील...
એડવોકેટ પ્રોટેકશન એક્ટ લાગુ કરવા માટે કાલોલ વકીલ મંડળ દ્વારા મામલતદારને આવેદનપત્ર આપ્યું
વકીલો ઉપર અવારનવાર હિંસા તેમજ હુમલાઓની ઘટનાને ધ્યાને લઈને કાલોલ બાર એસોસિએશન દ્વારા પ્રમુખ આર બી...
Stock Market New Year Rally LIVE: हरे निशान में लौटा बाजार, आईटी, फार्मा, मेटल शेयरों में बढ़त
Stock Market New Year Rally LIVE: हरे निशान में लौटा बाजार, आईटी, फार्मा, मेटल शेयरों में बढ़त