মঙ্গলদৈত বৃক্ষৰোপণ।
মুখ্য মন্ত্ৰীৰ আহ্বান মৰ্মে প্ৰতিস্থানিক বৃক্ষৰোপণ কাৰ্যসূচীৰ অংশ হিচাপে দৰঙৰ বিভিন্ন প্ৰান্তৰ লগতে মঙ্গলদৈতো
ৰোপন কৰিলে বিভিন্ন প্ৰজাতিৰ ফল-মূলৰ গছ।
মঙ্গলদৈৰ বান্দিয়া গাওঁ পঞ্চায়তৰ চৌহদত স্থানীয় বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৰোপন কৰিলে বিভিন্ন প্ৰজাতিৰ ফল-মূলৰ গছ।