অসম চৰকাৰৰ অৰুনোদয় আঁচনিৰ প্ৰকৃত হিতাধিকাৰী চিনাক্ত কৰণৰ সন্দৰ্ভত আলোচনা।কৰাৰ অৰ্থে চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত এখন গুৰুত্ব পূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোনাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকে। উক্ত সভাত অৰুনোদয় আঁচনি খনৰ সঠিক ৰূপায়ন আৰু প্ৰকৃত হিতাধিকাৰী চিনাক্তৰ।সন্দৰ্ভত বিস্তাৰিত ভাৱে গাঁও প্ৰধান সকলৰ সৈতে আলোচনা কৰাহয়। প্ৰকৃত হিতাধিকাৰী সকলেহে যাতে এই সুবিধালাভ কৰে তাৰ প্ৰতি কঠোৰ দৃষ্টি ৰখা হৈছে। সভাত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা , গাঁও প্ৰধান সকলৰ উপৰিও ভাৰতীয় জনতা পাৰ্টিৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথতাছাকে আদি কৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে। আঁচনি খনৰ সঠিক ৰূপায়ন আৰু প্ৰকৃত হিতাধিকাৰী চিনাক্তৰ।সন্দৰ্ভত বিস্তাৰিত ভাৱে গাঁও প্ৰধান সকলৰ সৈতে আলোচনা কৰাহয়। প্ৰকৃত হিতাধিকাৰী সকলেহে যাতে এই সুবিধালাভ কৰে তাৰ প্ৰতি কঠোৰ দৃষ্টি ৰখা হৈছে। সভাত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা , গাঁও প্ৰধান সকলৰ উপৰিও ভাৰতীয় জনতা পাৰ্টিৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথতাছাকে আদি কৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত "অৰুনোদয় "আচনি সন্দৰ্ভত গুৰুত্ব পূৰ্ন বৈঠক সম্পন্ন, উপস্থিত বিধায়ক , সাংসদ।

