অসম চৰকাৰৰ অৰুনোদয় আঁচনিৰ প্ৰকৃত হিতাধিকাৰী চিনাক্ত কৰণৰ সন্দৰ্ভত আলোচনা।কৰাৰ অৰ্থে চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত এখন গুৰুত্ব পূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোনাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ উপস্থিত থাকে। উক্ত সভাত অৰুনোদয় আঁচনি খনৰ সঠিক ৰূপায়ন আৰু প্ৰকৃত হিতাধিকাৰী চিনাক্তৰ।সন্দৰ্ভত বিস্তাৰিত ভাৱে গাঁও প্ৰধান সকলৰ সৈতে আলোচনা কৰাহয়। প্ৰকৃত হিতাধিকাৰী সকলেহে যাতে এই সুবিধালাভ কৰে তাৰ প্ৰতি কঠোৰ দৃষ্টি ৰখা হৈছে। সভাত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা , গাঁও প্ৰধান সকলৰ উপৰিও ভাৰতীয় জনতা পাৰ্টিৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথতাছাকে আদি কৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে। আঁচনি খনৰ সঠিক ৰূপায়ন আৰু প্ৰকৃত হিতাধিকাৰী চিনাক্তৰ।সন্দৰ্ভত বিস্তাৰিত ভাৱে গাঁও প্ৰধান সকলৰ সৈতে আলোচনা কৰাহয়। প্ৰকৃত হিতাধিকাৰী সকলেহে যাতে এই সুবিধালাভ কৰে তাৰ প্ৰতি কঠোৰ দৃষ্টি ৰখা হৈছে। সভাত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা , গাঁও প্ৰধান সকলৰ উপৰিও ভাৰতীয় জনতা পাৰ্টিৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথতাছাকে আদি কৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पशुधनामध्ये लंम्पी स्किन रोगाबाबत उपचारासह प्रभावी जनजागृती आवश्यक
महाराष्ट्र राज्यातील आकरा जिल्ह्यातील पशुधनामध्ये लंम्पी स्किन रोग प्रादुर्भाव झाल्याचे निष्पन्न...
महाविद्यालयात विद्यापीठ वर्धापन दिवस उत्साहात साजरा
महाविद्यालयात विद्यापीठ वर्धापन दिवस उत्साहात साजरा
पाचोड/ येथील शिवछत्रपती...
किशोरी ने लगाई फांसी संदिग्ध अवस्था में मामला जनपद जौनपुर
उत्तर प्रदेश के जनपद जौनपुर में, किशोरी ने लगाई फांसी संदिग्ध अवस्था में। मालूम हो कि जनपद जौनपुर...
राज्य बजट आपणो अग्रणी राजस्थान के संकल्पों को धरातल पर साकार करेगा : लाठी
बूंदी 10 जुलाई। भाजपा के पूर्व जिला प्रवक्ता संजय लाठी ने कहा कि राजस्थान सरकार का वित्तीय वर्ष...
New Meghalaya Legislative Assembly building in six months
The High Powered Committee today met to discuss about the construction of the new Assembly...