পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো দুটা দিন বাকী।

পোহৰৰ উৎসৱ দীপাৱলীক আদৰিৱলৈ ব্যাপক প্ৰস্তুতি নলবাৰী আৰু কামৰূপ জিলা সীমান্তৱৰ্তী অঞ্চল পূৰ্নখুমদুম হীৰাপাৰাৰ মৃন্ময় শিল্পীসকলৰ।

দীপাৱলীৰ বাবে চাকি বনোৱাত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল।