সোণাৰিত বনৰীয়া হাতীৰ মৃত্যু । অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত নিশা ওলাই অহা হাতীৰ মৃতদেহ উদ্ধাৰ ।সোণাৰিৰ নাফুক চাহ বাগিচাৰ ৮ নং লাইনত উদ্ধাৰ হাতীটোৰ মৃতদেহ। বিদ্যুৎপৃষ্ঠ হৈ হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। মন কৰিবলগীয়া যে, খাদ্যৰ সন্ধানত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ ধান খেতি প্ৰতিবছৰে অনিষ্ট কৰি আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত খেতি পথাৰৰ শস্য সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাইজে পথাৰত বিদ্যুৎ পৰিবাহী তাঁৰ সংযোগ কৰি ৰাখে। এই তাঁৰত লাগিয়েই হাতীটো বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে । ইফালে হাতীটোৰ মৃত্যুৰ খবৰ পায় ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰাখিছে সোণাৰি আঞ্চলিক বন বিভাগে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Chandrayaan-3 Location Live News: चांद पर चंद्रयान-3 ने कर दिया 'खेल'! | ISRO | PM Modi | Putin
Chandrayaan-3 Location Live News: चांद पर चंद्रयान-3 ने कर दिया 'खेल'! | ISRO | PM Modi | Putin
ભાદરવા સુદ 9 ને રવિવારના દિવસે ગામ મોટી આંખોલ ના રામાપીર ના મંદિરે મહાયજ્ઞ યોજાયો.
ભાદરવા સુદ 9 ને રવિવારના દિવસે ગામ મોટી આંખોલ ના રામાપીર ના મંદિરે મહાયજ્ઞ યોજાયો.
મળતી...
આમ આદમી પાર્ટી નો જન સંવાદ કાર્યક્રમ યોજાયો
આમ આદમી પાર્ટી નો જન સંવાદ કાર્યક્રમ યોજાયો
अमेरिका में हजारों लोगों को सरकारी नौकरी से निकालेंगे रामास्वामी:बोले- मस्क का तरीका अपनाएंगे, देश को बचाने के लिए ये जरूरी
अमेरिका में भारतवंशी बिजनेसमैन विवेक रामास्वामी ने सरकारी नौकरियों में बड़े पैमाने पर कटौती का...
આજથી બે દિવસ કેજરીવાલ ગુજરાતમાં| Gstv
આજથી બે દિવસ કેજરીવાલ ગુજરાતમાં| Gstv