বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতীয় পুৰুষৰ টেবুল টেনিছ দলটোৱে ছিংগাপুৰক ৩-১ গ’লত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। তৃতীয় একক খেলত হৰমীত দেশাইয়ে ১৩৩ নম্বৰ ৰেংকিঙৰ ঝে ইউ ক্লেৰেন্স চ্যুক ১১-৮, ১১-৫, ১১-৬ গ’লত পৰাস্ত কৰি কমনৱেলথ গেমছৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰি সোণৰ পদক নিশ্চিত কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કોંગ્રેસના આ ધારાસભ્ય ફરી ભાજપના નેતાઓ સાથે દેખાતા રાજકીય ચર્ચાએ જોર પકડ્યું
કોંગ્રેસના ધારાસભ્ય લલિત વસોયા ભાજપના નેતાઓ સાથે જોડાતા ફરી રાજકીય ચર્ચાએ જોર પકડ્યું છે....
অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে মৰানত প্ৰতিযোগিৰ লগে লগে দৌৰ মন্ত্ৰী যোগেন মহনৰ
৩ ছেপ্তেম্বৰ অৰ্থাৎ অভিৰুচি দিৱস ।প্ৰথম অসমীয়া অৰ্জুন বটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ...
ভোমাপাৰা গাঁৱত অমৃত সৰোবৰ আঁচনিৰ শুভাৰম্ভ বিধায়ক প্ৰদীপ সৰকাৰৰ
ভোমাপাৰা গাঁৱত অমৃত সৰোবৰ আঁচনিৰ শুভাৰম্ভ বিধায়ক প্ৰদীপ সৰকাৰৰ
ગુજરાતમાં આગામી 5 દિવસ સુધી વરસાદ યથાવત રહેશે
ગુજરાતમાં આગામી 5 દિવસ સુધી વરસાદ યથાવત રહેશે
তিৰঙা বাইক ৰেলী’ত ৪১ হাজাৰ টকাৰ চালান কৰ্তন কৰিলে বিজেপিৰ সাংসদ মনোজ তিৱাৰীয়ে, যান-জঁটৰ নিয়ম ভংগ কৰিলে।
সাংসদ মনোজ তিৱাৰীক মধ্য দিল্লীৰ লালকিল্লা অঞ্চলত ‘হৰ ঘৰ তিৰঙা’ মটৰ চাইকেল ৰেলীৰ সময়ত...