৩ ছেপ্তেম্বৰ অৰ্থাৎ অভিৰুচি দিৱস ।প্ৰথম অসমীয়া অৰ্জুন বটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে সমগ্ৰ অসমতে অভিৰুচি দিৱস পালন কৰা হয়। সমান্তৰালকৈ মৰানহাট ক্ৰীড়া সন্থাই এই দিৱসৰ লগত সংগতি ৰাখি প্ৰথমবাৰৰ বাবে মৰানত সদৌ অসম ভিত্তিত পুৰুষ আৰু মহিলাৰ প্ৰাইজমানি মাৰাথন প্ৰতিযোগিতাৰ আয়োজন কৰাহয় । ডবা চাৰি আলিৰ পৰা ল'ৰাৰ আৰু চেপনৰ পৰা ছোৱালীৰ মাৰাথন দৌৰ প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে মৰানহাট ক্ৰীড়া সন্থাৰ সভাপতিমন্ত্ৰী যোগেন মহনে। এইপ্ৰতিযোগিতাৰ অন্ত পৰে মৰান।মহাবিদ্যালয়ৰ খেল পথাৰত। এই অভিৰুচি ক্ৰীড়া দিৱস বিভিন্ন প্ৰতিযোগিতাৰে দিনযোৰা কাৰ্য্যসূচীৰে অনুস্থিত হব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કાંકરેજ માં મોદીએ શું કહ્યું..?
વડાપ્રધાન મોદીએ બનાસકાંઠાના કાંકરેજમાં સભા સંબોધન કરતા કહ્યું કે, પ્રથમ તબક્કામાં જનતાએ...
સ્વ. ઈન્દિરા ગાંધીની ૧૦૫મી જન્મજયંતીએ મહીસાગર કોંગ્રેસ દ્વારા પુષ્પાંજલિ અર્પણ
સ્વ. ઈન્દિરા ગાંધીની ૧૦૫મી જન્મજયંતી નિમિત્તે મહીસાગર જિલ્લા કોંગ્રેસ કાર્યાલય ખાતે પુષ્પાંજલિ...
Raj Thackeray at Pune : राज ठाकरेंचे ढोल ताशाच्या गजरात पुण्यात स्वागत : ABP Majha
Raj Thackeray at Pune : राज ठाकरेंचे ढोल ताशाच्या गजरात पुण्यात स्वागत : ABP Majha