মঙলদৈ সদৰ থানাৰ অন্তৰ্গত উদমাৰীৰ গোপাল চন্দ্ৰ ডেকা (৮৭) পানীত পৰি মৃত্যু ৷বানপানীয়ে চিঙি নিয়া পথৰ গাতত পৰি নিৰুদিষ্ট গোপাল ডেকাক আজি পুৱা SDRF বাহিনীয়ে উদ্ধাৰ কৰে ৷ ৰবিবাৰৰ ৰাতিৰ পৰা নিৰুদ্দেশ হৈ আছিল গোপাল ডেকা ৷উদমাৰী গাওঁৰ বয়োজেষ্ঠ ধৰ্মপ্ৰাণ ব্যক্তি গোপাল ডেকাৰ অকাল মৃত্যুত উদমাৰী যুৱক সংঘ, উদমাৰী সাৰ্বজনিন দূৰ্গাপূজা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ঢকুৱাখনাৰ কাঠগাঁৱত ৰংগভূমিৰ উদ্যোগত বিনামূলীয়াকৈ চকু চিকিৎসা শিবিৰ সম্পন্ন
ঢকুৱাখনাৰ কাঠগাঁৱত ৰংগভূমিৰ উদ্যোগত বিনামূলীয়াকৈ চকু চিকিৎসা শিবিৰ সম্পন্ন।
ঢকুৱাখনা মহকুমাৰ...
બિપોરજોય વાવાઝોડાના પગલે તંત્ર એલર્ટ મોડમાં...!
બિપોરજોય વાવાઝોડાના પગલે તંત્ર એલર્ટ મોડમાં...!
થરાદ-વાવ હાઇવે ઉપર મહાકાય મશીન આવ્યા | SatyaNirbhay News Channel
થરાદ-વાવ હાઇવે ઉપર મહાકાય મશીન આવ્યા | SatyaNirbhay News Channel