পাথৰিঘাটত সদৌ অসম চৰকাৰী গাওঁপ্ৰধান সন্থাৰ দৰং জিলা সমিতিৰ সাধাৰণ সভা সম্পন্ন ৷ পাথৰিঘাট ৰাজহ চক্ৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত সাধাৰণ সভাখন সঞ্চালনা কৰে দৰং জিলা গাওঁপ্ৰধান সন্থাৰ সভাপতি বিচিত্ৰ বৰুৱাই ৷ সদৌ অসম গাওঁপ্ৰধান সন্থাৰ সাধাৰণ সম্পাদক ঘনশ্যাম তালুকদাৰ, সাংগঠনিক সম্পাদক আলতাফ হুছেইন আৰু প্ৰংকু বৰাই অংশগ্ৰহণ কৰা সভাত মুকুল হাজৰিকাক সভাপতি, নিৰঞ্জন নাথক কাৰ্যকৰী সভাপতি, ৰতন চন্দ্ৰ নাথক সাধাৰণ সম্পাদক, সুনীল ডেকা, বিমল চন্দ্ৰ ডেকা আৰু জীৱন কলিতা সহকাৰী সম্পাদক হিচাপে লৈ আগন্তুক কাৰ্যকালৰ বাবে গাওঁবুঢ়া সন্থাৰ দৰং জিলা সমিতি খন গঠন কৰা হয় ৷ধাৰণ সভা সম্পন্ন ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Post Office की इस स्कीम में मिलेगा FD से ज्यादा ब्याज I NSC benefits
Post Office की इस स्कीम में मिलेगा FD से ज्यादा ब्याज I NSC benefits
जेसीआई ने मनाया प्रयास दिवस, सेनेटरी पैड बांटे
जेसीआई ने मनाया प्रयास दिवस, सेनेटरी पैड बांटे
बून्दी। जेसीआई बून्दी ऊर्जा ने प्रयास दिवस, सप्ताह...
રાધનપુર જમવાની બાબતે મારામારીની ઘટના,જૂથ અથડામણ માં પાંચ લોકો ઘાયલ | SatyaNirbhay News Channel
રાધનપુર જમવાની બાબતે મારામારીની ઘટના,જૂથ અથડામણ માં પાંચ લોકો ઘાયલ | SatyaNirbhay News Channel
ભાભરમાંથી ઇંગ્લિશ દારૂનો જથ્થો ઝડપાયો | A quantity of English liquor was seized from Bhabhar
ભાભરમાંથી ઇંગ્લિશ દારૂનો જથ્થો ઝડપાયો | A quantity of English liquor was seized from Bhabhar