সোণাৰিত মহিলাৰ আক্ৰমণত গুৰুতৰভাৱে আহত ছাত্ৰ নেতা। 

নামতোলা বাগিচাৰ সংগীতা গুৱালা নামৰ মহিলা এগৰাকীয়ে মনোজ পাটনায়ক আটছাৰ নেতাক চোকা দাৰে ঘাপ মৰাত গুৰুত্বৰ ভাৱে আঘাট পাপ্ত হয়। সোণাৰিৰ নামতোলাত মাটি-বাৰীৰ সংক্ৰান্তীয় বিবাদৰ ফলত সংঘটিত ঘটনা। নামতোলা আৰক্ষীয়ে ততাতৈয়াকৈ আঘাতপ্ৰাপ্ত আটছাৰ নেতাজনক সোণাৰি ৰজাপুখুৰী অসামৰিক চিকিৎসা লৈ আনে যদিও আঘাট পাপ্ত আটচাৰ সাধাৰণ সম্পাদক মুনু পাটনায়কক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰলৈ প্ৰেৰণ কৰে। ইতিমধ্যে নামতোলা আৰক্ষীয়ে ঘটনাৰ সৈতে জৰিত কুলী গুৱালাক আটক কৰিছে ।