সোণাৰিত বহিৰাজ্যৰ পৰা গাহৰি সৰবৰাহ কৰা চাৰিখন বাহন জব্দ কৰিলে আৰক্ষীয়ে। সোণাৰি আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে AS 25 CC 6563, AS25 EC 4193, AS33 C 0861 আৰু AS04 BC 6609 নম্বৰৰ বাহন কেইখন। জানিব পৰা মতে বহিৰাজ্যৰপৰা অহা গাহৰিসমূহ বাক্সা জিলাৰ কোনো এক স্থানত মজুত কৰাৰ পাছত চৰাইদেউ জিলাৰ লংপতীয়ালৈ অনা হৈছিল। লংপতীয়াৰ পৰা চুবুৰীয়া ৰাজ্য নগালেণ্ডত যোগান ধৰাৰ উদ্দেশ্যে অনা হৈছিল গাহৰি সমূহ। সোণাৰি আৰক্ষীয়ে জব্দ কৰা গাহৰি সৰবৰাহত জব্দ কৰা বাহন কেইখন পৰৱৰ্তী সময়ত জৰিমনা বিহি মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
US और मिस्र के ऐतिहासिक दौरे के बाद स्वदेश लौटे PM Modi, एयरपोर्ट पर नड्डा समेत भाजपा सांसदों ने किया स्वागत
PM Modi US Visit प्रधानमंत्री नरेंद्र मोदी अपने 5 दिवसीय यूएस और मिस्र के दौरे के बाद भारत...
গোলাঘাটৰ চিনাতলীত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড
গোলাঘাটৰ চিনাতলীত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড৷ অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যাই এখন সুলভ...
Botad||શહેરમાં થી નશાની હાલતે ઝડપાયા #news #botadnews #botad #botadpolice
Botad||શહેરમાં થી નશાની હાલતે ઝડપાયા #news #botadnews #botad #botadpolice
મહીસાગર બ્રિજ ઉપર લાગી ટ્રકમાં આગ
મહીસાગર બ્રિજ ઉપર લાગી ટ્રકમાં આગ