৮ নবেম্বৰত অনুষ্ঠিত হব অসমত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন, নদীদ্বীপ মাজুলীৰ অনুচিত জনজাতি ৯ নং সমষ্টিৰ আম আদমি দলৰ প্ৰাৰ্থী। চুমন দেউৰী য়ে সমৰ্থক লগত লৈ মাজুলী জিলা নিৰ্বাচনী বিষয়া কক্ষত মনোনয়ন পত্ৰ দাখিল কৰে। আম আদমি দলৰ প্ৰাৰ্থী চুমন দেউৰী য়ে। মাজুলীৰ মুঠ ৬ তা ভোট কেন্দ্ৰত হব ভোট গ্ৰহণ প্ৰক্ৰিয়া । নিৰ্বাচনত অংশগ্ৰহণ কৰিব সৰ্বমুঠ ভোটাৰ ২৬১৪ গৰাকী, পুৰুষ ভোটাৰ ১৩২৩ গৰাকী আৰু মহিলা ভোটাৰ ১২৯১ গৰাকী ।
দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিল কৰে মাজুলী (ST) ৯ নং সমষ্টিৰ আম আদমি দলৰ প্ৰাৰ্থী চুমন দেউৰীয়ে
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/10/nerity_d0410558752c6c79018c26e637653c53.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)