Royal k Present ৰ উদ্যোগত নাৰায়ণপুৰত অনুষ্ঠিত হয় Mr & Miss Sensational সৌন্দৰ্য প্ৰতিযোগিতা ৷ দেউৰী পুঁথিভৰালৰ প্ৰেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত প্ৰতিযোগিতাখনত শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে ৷ নাৰায়ণপুৰত প্ৰথম বাৰ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ পূৰ্বে ৰাজ্যৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ আৰু কৰিঅ’গ্ৰাফাৰৰ দ্বাৰা দহদিনীয়াকৈ কৰ্মশালা অনুষ্ঠিত হৈছিল ৷ উদীয়মান যুৱক কৃষ্ণ শইকীয়াৰ ব্যৱস্থাপনাত অনুষ্ঠিত প্ৰতিযোগিতাখন সঞ্চালনা কৰে সাংস্কৃতিক কৰ্মী জিতেন শইকীয়াই ৷ আৰু মুখ্য অতিথি ৰুপে উপস্থিত থাকে নাৰায়ণপুৰ পৌৰসভাৰ পৌৰপতি হৰিশ চন্দক ৷ নাৰায়ণপুৰ অঞ্চলৰ শিশু আৰু কিশোৰ কিশোৰীসকলক ফেশ্বন জগতখনৰ সম্পৰ্কে জ্ঞান দিয়া আৰু প্ৰতিভা বিকাশৰ অৰ্থে সৌন্দৰ্য প্ৰতিযোগিতা খন অনুষ্ঠিত কৰা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰাণত আটা মিলত উদ্ধাৰ কৃষি বিভাগৰ ঘেঁহু, ঘটনা সন্দৰ্ভত মৰাণ ৰাজহ চক্ৰ বিষয়াৰ প্ৰতিক্ৰিয়া
মৰাণত আটা মিলত উদ্ধাৰ কৃষি বিভাগৰ ঘেঁহু, ঘটনা সন্দৰ্ভত মৰাণ ৰাজহ চক্ৰ বিষয়া ড°সংগীতাশৰ্মাই...
Skoda Kylaq नाम से आएगी नई कॉम्पैक्ट एसयूवी, Brezza, Venue को चुनौती देने 2025 में होगी लॉन्च
यूरोपिय वाहन निर्माता Skoda की ओर से भारतीय बाजार में कई बेहतरीन एसयूवी और सेडान कारों को ऑफर...
ৰহাত Art &craft ৰ গ্ৰীষ্মকালীন কৰ্মশালা ৫ৰ পৰা ১৯জুলাই লৈকে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যােগ আৰু শিশু অনুষ্ঠান অকনিৰ কবিতা ঘৰৰ পৰিচালনাত।
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গ্ৰীষ্মকালত ছাত্ৰ ছাত্ৰী ৰ মাজত গ্ৰীষ্মকালীন...
मी अजून बच्चू, या आमदाराला काय म्हणायचंय? Bacchu Kadu on Ajit Pawar | Eknath shinde
मी अजून बच्चू, या आमदाराला काय म्हणायचंय? Bacchu Kadu on Ajit Pawar | Eknath shinde
મેમણવાડા વિસ્તારમાં મેગા ડિમોલેશનના પગલે લઘુમતી સમાજના ટોળા એકઠા થયા
મેમણવાડા વિસ્તારમાં મેગા ડિમોલેશનના પગલે લઘુમતી સમાજના ટોળા એકઠા થયા