ৰাজ্যৰ শিক্ষা-সাংস্কৃতিক অনুষ্ঠান অসম জ্ঞান-ৰত্ন সমন্বয় গোষ্ঠীৰ উদ্যোগত ১৬ অক্টোবৰত গুৱাহাটীৰ বেলতলাস্থিত অমল প্ৰভা ভৱনৰ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত অসমৰ ভিন্ন ক্ষেত্ৰৰ বিশেষ প্ৰভাৱশালী ব্যক্তিসকলক অসম জ্ঞান-ৰত্ন বঁটাৰে বিভূষিত কৰা হয় ৷ অসম জ্ঞান-ৰত্ন বঁটা - ২০২২ 'কৃষক সৌৰভ’ বঁটা লাভ কৰিবলৈ সক্ষম হয় নাৰায়ণপুৰৰ উদ্যমী কৃষক মুক্তাৰ আলীয়ে ৷ বঁটাত এখন অভিনন্দন পত্ৰ এক স্মাৰকেৰে সন্মানিত কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শনিবাৰে সন্ধ্যা মৰিগাঁও মালপোতা ভাসনি ঘাটত গণেশ দেৱতা প্ৰতিমা বিৰ্সজন
শনিবাৰে সন্ধ্যা মৰিগাঁও মালপোতা ভাসনি ঘাটত গণেশ দেৱতা প্ৰতিমা বিৰ্সজন ,সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰ...
અરવલ્લીમાં ગણેશ ચતુર્થીને લઈને ઉત્સાહ, ઇકો ફ્રેન્ડલી મૂર્તિઓથી ઉજવણી કરવામાં આવશે.#PHN NEWS CHANNEL#
અરવલ્લીમાં ગણેશ ચતુર્થીને લઈને ઉત્સાહ, ઇકો ફ્રેન્ડલી મૂર્તિઓથી ઉજવણી કરવામાં આવશે.#PHN NEWS CHANNEL#
सापाने चावा घेतल्याने चिमुकल्याचा मृत्यू,सिल्लोड तालुक्यातील आमसरी येथील घटना
सापाने चावा घेतल्याने चिमुकल्याचा मृत्यू,सिल्लोड तालुक्यातील आमसरी येथील घटना
નેશનલ પ્રેસ એસોસિએશન ભાવનગર જિલ્લા ની મિટિંગ મળી જેમાં હોદેદારો ની નિમણૂક કરાઈ
નેશનલ પ્રેસ એસોસિએશન ભાવનગર જિલ્લા ની મિટિંગ મળી જેમાં હોદેદારો ની નિમણૂક કરાઈ
बैंको के बाहर रैकी करके चोरी करने वाले अंतर्राज्यीय गिरोह को पन्ना पुलिस द्वारा किया गया गिरफ्तार!!
अंतर्रष्ट्रीय गिरोह को पन्ना पुलिस किया गिरफ्तार