ৰাজ্যৰ শিক্ষা-সাংস্কৃতিক অনুষ্ঠান অসম জ্ঞান-ৰত্ন সমন্বয় গোষ্ঠীৰ উদ্যোগত ১৬ অক্টোবৰত গুৱাহাটীৰ বেলতলাস্থিত অমল প্ৰভা ভৱনৰ প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্যসুচীৰে অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত অসমৰ ভিন্ন ক্ষেত্ৰৰ বিশেষ প্ৰভাৱশালী ব্যক্তিসকলক অসম জ্ঞান-ৰত্ন বঁটাৰে বিভূষিত কৰা হয় ৷ অসম জ্ঞান-ৰত্ন বঁটা - ২০২২ 'শিপ্ল সাধনা' বঁটা লাভ কৰিবলৈ সক্ষম হয় নাৰায়ণপুৰৰ উদ্যমী মহিলা বিজয়া হাজৰিকা তামুলীয়ে ৷ বঁটাত এখন অভিনন্দন পত্ৰ এক স্মাৰকেৰে সন্মানিত কৰা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Smriti Irani Speech: संविधान में धर्म के आधार पर आरक्षण का प्रावधान नहीं- Smriti Irani | Congress
Smriti Irani Speech: संविधान में धर्म के आधार पर आरक्षण का प्रावधान नहीं- Smriti Irani | Congress
Breaking News: नहीं रहे पूर्व सीएम Bhupesh Baghel के पिता, 89 साल की उम्र में ली अंतिम सांस |Aaj Tak
Breaking News: नहीं रहे पूर्व सीएम Bhupesh Baghel के पिता, 89 साल की उम्र में ली अंतिम सांस |Aaj Tak
વેરાવળના સવની ગામમાં અજગર શ્વાનને ગળી ગયો
વેરાવળના સવની ગામમાં અજગર શ્વાનને ગળી ગયો