৮ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত মনোনয়ন পত্ৰ দিয়াৰ পূৰ্ৱে দেওশালত সেৱা ল’লে বিজেপি দলৰ প্ৰাৰ্থীসকলে ৷ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পৰিষদীয় সমষ্টি কেইটাৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী ক্ৰমে ১৫ নং বৰদেউৰী সমষ্টিৰ প্ৰাৰ্থী অমৃতপ্ৰভা দেউৰী , ১৭ নং কাচিকটা সমষ্টিৰ প্ৰাৰ্থী উত্তম দেউৰী , ১৮ নং পিচলা সমষ্টিৰ প্ৰাৰ্থী জুৰীমনী দেউৰী আৰু ১৯ নং কিনাপথাৰ সমষ্টিৰ প্ৰাৰ্থী বিষ্ণু কুমাৰ দেউৰীক লগত লৈ বিধায়ক অমিয় কুমাৰ ভূঞাই বৰদেউৰী গাঁৱৰ দক্ষিণ চুবাৰ দেওশালত ধূপ নৈবেদ্য আগবঢ়াই বিজয়ী হোৱাৰ বাবে ল’লে সমুহীয়া সেৱা ৷ দেওশালত দেউৰীসকলৰ ইষ্ট দেৱতা কুন্দিমামাৰ চৰণত সেৱা লৈ বিজেপি দলৰ প্ৰাৰ্থীসকলৰ বিজয় নিশ্চিত বুলি দাবী কৰে বিধায়ক অমিয় কুমাৰ ভূঞাই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વિજપડી ગામમાં સુખનાથ મહાદેવ મંદિરે હોમ હવનનું આયોજન કરાયું
સાવરકુંડલા તાલુકાના વિજપડી ગામમાં સુખનાથ મહાદેવ મંદિરે હોમ હવન
અયોધ્યા શ્રી રામ...
પંચમહાલ - પાવાગઢમાં છોલેલું શ્રીફળ લઈ જવા તેમજ વધેરવા આજથી પ્રતિબંધ
પાવાગઢ મંદિરમાં આજથી છોલેલું શ્રીફળ લઈ જવા તેમજ વધેરવા પર પ્રતિબંધ ફરમાવવામાં આવ્યો છે. પાવાગઢ...
ગરબાડા નગર સહિત પંથકમા ઠેરઠેર પંડાલો ઊભા કરી ગણપતિ દાદાની મૂર્તિઓનું સ્થાપન કરવામા આવ્યું
ગરબાડા નગર સહિત પંથકમા ઠેરઠેર પંડાલો ઊભા કરી ગણપતિ દાદાની મૂર્તિઓનું સ્થાપન કરવામા આવ્યું
જેસરમાં લંબી વાયરસને લઈને રસીકરણ કામગીરી
જેસરમાં લંબી વાયરસને લઈને રસીકરણ કામગીરી