উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত এখনি বিশেষ বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰমেন চুতীয়াই সঞ্চালনা কৰা অনুষ্ঠানটো আঁত ধৰে অধ্যাপক দেৱৰাজ দত্তই। অনুষ্ঠানত মহাবিদ্যালয়খনৰ সমূহ শিক্ষক কৰ্মচাৰী, পূৱ মাজুলী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক দ্বয় ক্ৰমে বুধিন বৰা আৰু যুগল চন্দ্র হাজৰিকা উপস্থিত থকা অনুষ্ঠানটোত 'Displaced person and their rights' শীৰ্ষক বিশেষ বক্তৃতা প্ৰদান কৰে উত্তৰ লখিমপুৰ (স্বতন্ত্র) মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড° দিগন্ত হাতীবৰুৱাই। মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোত মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰীসকলৰ উপৰি পূৱ মাজুলী মহাবিদ্যালয়ৰ কুৰিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰে। অনুষ্ঠানটোত আদৰণী ভাষণ প্ৰদান কৰে অধ্যক্ষ ড° জাহ্নৱী লহকৰ বৰুৱাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સિહોર શહેરમાં અનેક સ્થળોએ પણ કચરાના ઢગલા જોવાં મળ્યાં હતાં
સિહોર નગરપાલિકાના સેનેટરી વિભાગની બેદરકારી નવી નથી શહેરના અનેકો સ્થળ. પર કચરાના ચારેબાજુ ઢગલાઓ...
कोटा जिले में रामनवमी के जुलूस के दौरान हादसा, करंट लगने से तीन लोगों की मौत
राजस्थान के विभिन्न शहरों में गुरुवार को रामनवमी के मौके पर भगवान राम की शोभायात्रा और...
भाजपा सभी वर्गों की पार्टी--दिलीप पालीवाल
बाड़मेर। भारतीय जनता पार्टी का संगठन पर्व का कार्यक्रम पिछले कई दिनों से चल रहा है। उसी के...
গোৰেশ্বৰত বিশ্বকৰ্মা পূজা পালন,শুক্লাই জলসিঞ্চনৰ কাৰ্যলয়ত পাঠিকা উৰ্ব্বশী ৰাজবংশীৰ নাম পৰিৱেশন
গোৰেশ্বৰত বিশ্বকৰ্মা পূজা পালন,শুক্লাই জলসিঞ্চনৰ কাৰ্যলয়ত পাঠিকা উৰ্ব্বশী ৰাজবংশীৰ নাম পৰিৱেশন