শিৱসাগৰত প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে মহাবিদ্যালয় সমূহৰ মাজত অনুষ্ঠিত হ'ল TUG OF WAR তথা ৰছী টনা প্ৰতিযোগিতা। শিৱসাগৰ জিলা টাগ অফ ৱাৰ এছচিয়েচনৰ উদ্যোগত বৰ্ডিং খেলপথাৰত জিলা ভিত্তিত অনুষ্ঠিত হয় আন্তঃমহাবিদ্যালয় ৰছী টনা প্ৰতিযোগিতা। প্ৰতিযোগিতা খন উদ্বোধন কৰে বিশিষ্ট ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱাই। ৰজা মহাৰজা দিনৰ পৰাই ৰছী টনা খেল খেলা বুলি আমি জানো। এতিয়া আনুষ্ঠানিকভাৱে এই ৰছী টনা খেল অনুষ্ঠিত কৰাটো ভাল খবৰ। - প্ৰতিযোগিতাখন উদ্বোধন কৰি এই মন্তব্য কৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অনুমোদিত শিৱসাগৰ জিলাৰ ১৫ মহাবিদ্যালয়ৰ দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। লক্ষ্যণীয় যে ৰছী টনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী সকলৰ মাজত দেখা যায় ব্যাপক উছাহ।শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আন্ত:মহাবিদ্যালয়ৰ মাজত অনুষ্ঠিত Tug Of War প্ৰতিযোগিতা
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડભોઇ ગેરકાયદેસર લાકડા લઈ જતા 2 સામે વનવિભાગની કાર્યવાહી
ડભોઇ ગેરકાયદેસર લાકડા લઈ જતા 2 સામે વનવિભાગની કાર્યવાહી
Riiaka Namesha Wahlang - A local talent of Shillong with amazing voice
Riiaka Namesha Wahlang - A local talent of Shillong with amazing voice
3 Criminal Law Bill लोकसभा में पास, Shah बोले- तीनों कानून न्याय, पारदर्शिता और निष्पक्षता पर आधारित
3 Criminal Law Bill लोकसभा में पास, Shah बोले- तीनों कानून न्याय, पारदर्शिता और निष्पक्षता पर आधारित
Iran के सुप्रीम लीडर Ayatollah Ali Khamenei ने Israel को लेकर क्या कहा? (BBC Hindi)
Iran के सुप्रीम लीडर Ayatollah Ali Khamenei ने Israel को लेकर क्या कहा? (BBC Hindi)