আগন্তুক দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন সমাগত। ইতিমধ্যে সকলো পাৰ্টিৰ পাৰ্থী প্ৰতিদন্দ্বিতাৰ বাবে চলিছে যোৰ দাৰ প্ৰতিযোগিতা। তাৰ মাজতে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে সাংবাদিকৰ আগত মতামত দাঙি ধৰে যে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি প্ৰতিটো সমষ্টিতে জিকিব। লগতে ইয়াত কোনো প্ৰতিদন্দ্বিতা নাহে, কিয়নো এতিয়া বিজেপিৰ দিন, উন্নয়নৰ দিন, জনসাধাৰণ বিজেপিৰ লগত আছে, পুৰণা নিৰ্বাচন সমূহে ইয়াৰ প্ৰমাণ দি আহিছে বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
आखिरी चरण का मतदान जारी, PM मोदी समेत 904 प्रत्याशियों का होगा फैसला3
देश में 18वीं लोकसभा के लिए करीब ढाई महीने तक चले चुनाव के सातवें और आखिरी चरण में शनिवार को होने...
ઝાલોદ પોલીસે દારૂ ભરેલી ટ્રક સાથે એક ઈસમની ધરપકડ કરી.
ઝાલોદ પોલીસે દારૂ ભરેલી ટ્રક સાથે એક ઈસમની ધરપકડ કરી.
उदगीरचे सामान्य रुग्णालय बनले फक्त सल्ला केंद्र ?
उदगीरचे सामान्य रुग्णालय बनले फक्त सल्ला केंद्र ?
મહુધા કોંગ્રેસના ધારાસભ્ય ઇન્દ્રજિતસિહ પરમારની અધ્યક્ષતામાં મિટિંગ 2022 | Spark Today News Vadodara
મહુધા કોંગ્રેસના ધારાસભ્ય ઇન્દ્રજિતસિહ પરમારની અધ્યક્ષતામાં મિટિંગ 2022 | Spark Today News Vadodara