আগন্তুক দেউৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন সমাগত। ইতিমধ্যে সকলো পাৰ্টিৰ পাৰ্থী প্ৰতিদন্দ্বিতাৰ বাবে চলিছে যোৰ দাৰ প্ৰতিযোগিতা। তাৰ মাজতে অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহনে সাংবাদিকৰ আগত মতামত দাঙি ধৰে যে দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত বিজেপি প্ৰতিটো সমষ্টিতে জিকিব। লগতে ইয়াত কোনো প্ৰতিদন্দ্বিতা নাহে, কিয়নো এতিয়া বিজেপিৰ দিন, উন্নয়নৰ দিন, জনসাধাৰণ বিজেপিৰ লগত আছে, পুৰণা নিৰ্বাচন সমূহে ইয়াৰ প্ৰমাণ দি আহিছে বুলি মন্তব্য কৰে মন্ত্ৰী যোগেন মহনে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাজুলীত নতুনকৈ আৰু Hp প্ৰেট্ৰল পাম্প আৰম্ভ হব এই মন্ত্যৱ H.p কৰ্তৃপক্ষৰ।
মাজুলীত আজি বৰগুড়িত আৰম্ভ হয় এটা h.p প্ৰেট্ৰল পাম্প। এই প্ৰেট্ৰল পাম্প শুভাৰম্ভ অনুষ্ঠানত উপস্থিত...
બનાસકાંઠા જિલ્લામાં ચાલાતા પીવાના પાણી અને સિંચાઇના કામોનું નિરીક્ષણ કરતા જળ સંપત્તિ અને પાણી પુરવઠા વિભાગના મંત્રીશ્રી કુંવરજી બાવળીયા..
ભૂગર્ભ જળ રીચાર્જ કરીને પાણીના તળ ઉંચા લાવવા માટે રાજ્ય સરકાર કટીબધ્ધ : પાણી પુરવઠા મંત્રીશ્રી...
Mallikarjun Kharge बोले, PM Modi ने जो काम किए हैं, उन पर वोट क्यों नहीं मांग रहे? (BBC Hindi)
Mallikarjun Kharge बोले, PM Modi ने जो काम किए हैं, उन पर वोट क्यों नहीं मांग रहे? (BBC Hindi)
NDPSના ગુનામાં ફરાર આરોપીને મહેસાણા SOG ટીમે મીરા દાતાર દરગાહ પાસેથી ઝડપ્યો
મહેસાણા : સુરતના કામરેજ પોલીસ મથકમાં નોંધાયેલા NDPSના ગુનામાં સંડોવાયેલા આરોપી છેલ્લા ઘણા સમયથી...