কাতিবিহুৰ নিশা হাজো সমষ্টিৰ বৰপূল্লা গাৱঁত এদল পুৰুষ মহিলাই অভিযান চলাই গাওঁখনৰ হিতেশ্বৰ শইকীয়া আৰু গীতিমা শইকীয়াৰ ঘৰত কেইবা লিটাৰো চুলাই মদ জব্দ কৰে৷উল্লেখ্য যে পতিপত্নী হালে দীৰ্ঘদিনৰ পৰা উক্ত অবৈধ বেহা চলাই সামাজিক পৰিবেশ বিনষ্ট কৰি আহিছে৷আনহাতে এই সম্পৰ্কে গাওঁবাসীয়ে সকিয়াই দি আহিছে যদিও হিমানী শইকীয়াই গাওঁবাসীৰ বাধাকো বুঢ়া আঙুলি দেখুৱাই উক্ত অবৈধ কাৰ্য্য কৰি আহিছিল৷আনকি গীতিমাই পুলিচ প্ৰশাষনকো নিজৰ কব্জাত ৰাখি উক্ত ব্যৱসায় কৰি অহা বুলি দম্ভালি মাৰে৷ৰাইজে তেওঁলোকৰ ব্যবসায়ত আৰক্ষীয়ে ৰহস্যজনক ভূমিকা লোৱাত আৰক্ষীৰ ওপৰতো ক্ষোভ উজাৰে নিশা সমবেত হোৱা শহস্ৰাধিক জনতাই৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
12 MIN DAILY STRETCH (full body) - for tight muscles, mobility & flexibility
12 MIN DAILY STRETCH (full body) - for tight muscles, mobility & flexibility
Gujarat Election : ડી. જી. વણઝારાએ ચૂંટણીમાં ઝંપલાવ્યું, નવી પાર્ટીની કરી જાહેરાત
Gujarat Election : ડી. જી. વણઝારાએ ચૂંટણીમાં ઝંપલાવ્યું, નવી પાર્ટીની કરી જાહેરાત
અમરેલી ખાતે સંત સંમેલનમાં સાવરકુંડલા ના સંત પૂ.ભક્તિબાપુ
અમરેલી ખાતે સંત સંમેલનમાં સાવરકુંડલા ના સંત પૂ.ભક્તિબાપુ
जुलाई में होने वाली मिसेज उत्तर प्रदेश प्रतियोगिता में लेंगी भाग
जनपद आजमगढ़ में,जुलाई में होने वाली मिसेज उत्तर प्रदेश प्रतियोगिता में लेंगी भाग।मालूम होकि...