তিনিচুকীয়াৰ লিডু মালৌ পাহাৰ অবৈধ কয়লা খনিত ৩ শ্ৰমিকৰ মৃত্যু সন্দৰ্ভত তীব্ৰ  প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যকৰি সভাপতি পাপু দত্তই ।