চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত আজি সোণাৰিৰ চফ্ৰাইত অনুষ্ঠিত কৰা কাতি বিহু আৰু সজাগতা সভাত বহু কেইগৰাকী কৃষক হিতাধিকাৰীৰ মাজত কৃষি সজুঁলি বিতৰণ কৰা হয়। অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা, অতিৰিক্ত উপায়ুক্ত অভিজিৎ গগৈ, চৰাইদেউ জিলা কৃষি বিষয়া ৰবীন য়েইনৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলৰ মাজত বিতৰণ কৰা হয় সাহায্য সামগ্ৰী সমূহ। চফ্ৰাই মোহনগাওঁ সাৰ্বজনীন নামঘৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা কাতি বিহুৰ অনুষ্ঠানৰ মাজতে সামগ্ৰী বিতৰণ কৰা পাছত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে আগবঢ়ালে মন্তব্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ujjain में नगर भ्रमण पर निकली 'Baba Mahakal' की 'शाही सवारी' | #Mahakal
Ujjain में नगर भ्रमण पर निकली 'Baba Mahakal' की 'शाही सवारी' | #Mahakal #Ujjain
America Election Latest Update: अमेरिका में भारतीय समुदाय इस बार किसे वोट देगा? | Donald Trump
America Election Latest Update: अमेरिका में भारतीय समुदाय इस बार किसे वोट देगा? | Donald Trump
সোণাৰি পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ্য কৰুণ কাহিনী।
সোণাৰি পদ্ম কুমাৰী বৰুৱা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধক্ষ্য কৰুণ কাহিনী।...
ડીસાના લોરવાડામાં દંપતીએ વૃદ્ધ પર છરી વડે હુમલો કરતાં ચકચાર
ડીસા તાલુકાના લોરવાડા ગામે વિધવા મહિલાને મદદ કરતા વૃદ્ધ પર મહિલાના પરિવારજનોએ હુમલો કર્યો હોવાની...