অন্যান্য ঠাইৰ লগতে চৰাইদেউ জিলাতো প্ৰতিজন লোকৰ ঘৰৰ লগতে ঠায়ে ঠায়ে সমূহীয়াকৈ অনুষ্ঠিত কৰিছে কাতি বিহু। চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগতো আজি কাতি বিহু উদযাপন কৰা লগতে কৃষি সজাগতা সভা অনুষ্ঠিত কৰা হয়। সোণাৰি সমষ্টিৰ অন্তৰ্গত চফ্ৰাই মোহনগাওঁ সাৰ্বজনীন নামঘৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচী। এই কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱাৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। এই অনুষ্ঠানতে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ বহু কেইগৰাকী কৃষকক সম্বৰ্ধনা জ্ঞাপন কৰা লগতে হিতাধিকাৰী সকলৰ মাজত সামগ্ৰী বিতৰণ কৰে প্ৰশাসনৰ তৰফৰপৰা। আনহাতে এই অনুষ্ঠানৰ পাছতে পথাৰত প্ৰায় এহাজাৰ বন্তি প্ৰজ্বলন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ecuador में एक क़ैदी के फ़रार होते ही क्यों फैली हिंसा, क्यों बेक़ाबू हो गए हालात (BBC Hindi)
Ecuador में एक क़ैदी के फ़रार होते ही क्यों फैली हिंसा, क्यों बेक़ाबू हो गए हालात (BBC Hindi)
এজনৰ জিভা কাটি জেললৈ গ'ল মৰাণৰ দুই ভাতৃ
এজনৰ জিভা কাটি জেললৈ গ'ল মৰাণৰ দুই ভাতৃ
MCN NEWS| शिक्षक मतदार संघ निवडणुकीसाठी वैजापुरात ८५ टक्के मतदान
MCN NEWS| शिक्षक मतदार संघ निवडणुकीसाठी वैजापुरात ८५ टक्के मतदान
संभाजीनगरमध्ये ३ ऑगस्ट रोजी विद्रोही चळवळीतर्फे मराठी भाषा व संस्कृती बचाव परिषद होणार*
संयुक्त महाराष्ट्र चळवळीच्या अभूतपूर्व लढ्यातून बनलेले महाराष्ट्र हे संविधानिक राज्य आहे....