অন্যান্য ঠাইৰ লগতে চৰাইদেউ জিলাতো প্ৰতিজন লোকৰ ঘৰৰ লগতে ঠায়ে ঠায়ে সমূহীয়াকৈ অনুষ্ঠিত কৰিছে কাতি বিহু। চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগতো আজি কাতি বিহু উদযাপন কৰা লগতে কৃষি সজাগতা সভা অনুষ্ঠিত কৰা হয়। সোণাৰি সমষ্টিৰ অন্তৰ্গত চফ্ৰাই মোহনগাওঁ সাৰ্বজনীন নামঘৰ প্ৰাঙ্গনত অনুষ্ঠিত কৰা হয় এই কাৰ্যসূচী। এই কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱাৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে। এই অনুষ্ঠানতে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ বহু কেইগৰাকী কৃষকক সম্বৰ্ধনা জ্ঞাপন কৰা লগতে হিতাধিকাৰী সকলৰ মাজত সামগ্ৰী বিতৰণ কৰে প্ৰশাসনৰ তৰফৰপৰা। আনহাতে এই অনুষ্ঠানৰ পাছতে পথাৰত প্ৰায় এহাজাৰ বন্তি প্ৰজ্বলন কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi enters new historic era with PM's vision of Viksit Bharat: Chugh
Countdown for AAP begins in Punjab as "liquor wala" Sisodia tours schools and colleges in Punjab...
KHUMTAI17.12.2022SLUG:-KHUMTAI TEA GARDEN WORKERS PROTESTAnchor:- খুমটাইৰ শাঁওতলী চাহ
KHUMTAI17.12.2022SLUG:-KHUMTAI TEA GARDEN WORKERS PROTESTAnchor:- খুমটাইৰ শাঁওতলী চাহ
રાજકોટ અંધજન મંડળ દ્વારા 65 દિવ્યાંગ વૃદ્ધોને અપાઇ છે ગુંથણી કામની તાલીમ #MUKHYA_SAMACHAR
રાજકોટ અંધજન મંડળ દ્વારા 65 દિવ્યાંગ વૃદ્ધોને અપાઇ છે ગુંથણી કામની તાલીમ #MUKHYA_SAMACHAR
दलगाँव के चकरागाँव में एक विवाह में भोजन से बिषक्रिया - पच्चास से अधिक लोग बीमार
दलगाँव के चकरागाँव में एक विवाह में भोजन से बिषक्रिया - पच्चास से अधिक लोग बीमार
THARAD BANASKANTHA/બનાસકાંઠા જિલ્લાના થરાદ માં કેસરિયો લહેરાયો..
THARAD BANASKANTHA/બનાસકાંઠા જિલ્લાના થરાદ માં કેસરિયો લહેરાયો..