নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত আল্লিয়া নাৰায়ণ পূৰত দুই সন্দেহজনক জেহাদী আৰক্ষীয়ে আটক কৰে৷জেহাদী দুই গৰাকীৰ নাম ক্ৰমে আবু ৰাইহান আৰু হাবেল আলি বুলি জানিব পৰা গৈছে৷ইতিমধ্যে দুয়োজনকে নলবাৰী আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে সোমবাৰে দুয়োজনকে আদালতত হাজিৰ কৰাই পূনৰ আৰক্ষীৰ জিন্মাত নিয়া বুলি জানিব পৰা গৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
চৰাইদেউ জিলাৰ সোণাৰিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ পুণ্য তিথি উপলক্ষে আয়োজিত লোক কল্যাণ দিৱস
চৰাইদেউ জিলাৰ সোণাৰিত ভাৰত ৰত্ন তথা অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেৱৰ পুণ্য...
श्रावण अधिमास के तृतीय सोमवार के पावन अवसर पर भोलेनाथ के भक्तों का जत्था गुनौर से अमरनाथ के लिए हुआ रवाना
गुनौर : अमरनाथ यात्रा के लिए सोमवार को नगर से 14 सदस्यीय शिव भक्तों का जत्था...
હાલોલ તાલુકાના કંજરી ગામે શ્રી રામજી મંદિર ખાતે વિશાળ હિન્દુ ધર્મ સભા યોજાઈ.
હાલોલ તાલુકાના કંજરી ગામે આવેલ શ્રી રામજી મંદિર ખાતે વિશ્વ હિન્દુ પરિષદના કેન્દ્રીય ...
મહેસાણા-પાટણ-મહેસાણા પેસેન્જર સ્પેશિયલ તારીખ ૧૬ થી ૨૨ ઓક્ટોબર ૨૦૨૨ સુધી રદ રહેશે.
અમદાવાદ ડિવિઝનના મહેસાણા-જગુદણ સેક્શન અને સાણંદ-કલોલ-વિરમગામ- મહેસાણા-પાલનપુર સેક્શન (DFCCIL)માં...
હડાદ નજીક જીપની ટક્કરે એક વ્યક્તિનું મોત : 3 વ્યક્તિઓ ઘાયલ
હડાદ નજીક જીપની ટક્કરે બાઇક સવારનું મોત નિપજ્યું હતું. સાબરકાંઠા જીલ્લાના કલછાવાડાના રહેવાસી...