ৰাষ্ট্ৰীয় অন্ধতা নিয়ন্ত্ৰণ সমিতি মৰিগাঁৱৰ উদ্যোগত আৰু কেন্দ্ৰীয় উদয়ণ সংঘ হাবিবৰঙাবাৰীৰ সহযোগত হাবিবৰঙাবাৰীত বিনামূলীয়া চকু পৰীক্ষা আৰু চশমা বিতৰণ শিবিৰ সম্পন্ন হয়। শিবিৰত ৪০০ গৰাকীৰ লোকৰ চকু পৰীক্ষা কৰা হয়। ইয়াৰে ২০০ গৰাকীক বিনামূলীয়া চশমা বিতৰণ কৰাৰ লগতে ৭০গৰাকী ৰোগীক বিনামূলীয়া অস্ত্ৰপ্ৰচাৰৰ বাবে বাচনি কৰা হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ জিলাৰ বিশেষ গুৰুত্ব্পূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত
ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ জিলাৰ মুখ্য কাৰ্য্যালয়ত আজি ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সভাপতি...
प्रसूती प्रकरणाची चौकशी करून दोषींवर कारवाई करणारच; जिल्हा आरोग्य अधिकाऱ्यांनी घेतले सर्व रेकॉर्ड ताब्यात
यवतमाळ : उमरखेड तालुक्यातील विडूळ येथे प्राथमिक आरोग्य केंद्राच्या गेटवरच महिलेची प्रसूती...
Sonipat: पहलवानों की महापंचायत शुरू, साक्षी मलिक बोलीं- मुद्दा सुलझने के बाद ही एशियन गेम्स में लेंगे भाग
सोनीपत में शनिवार को पहलवानों खाप पंचायतों के साथ मिलकर महापंचायत कर रहे हैं। इस महापंचायत में...
বৰবালী উচ্চ মাধ্যমিক বিদ্যালয়তো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় আজাদী কা অমৃত মহোৎসৱ
বৰবালী উচ্চ মাধ্যমিক বিদ্যালয়তো বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় আজাদী কা অমৃত মহোৎসৱ