দুখীয়া দৰিদ্ৰ ৰাইজক সহায় কৰাৰ উদ্দেশ্যৰে জামুগুৰিহাটত জন্ম হল "সকাহ" নামৰ এটি ট্ৰাষ্ট। নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ পঞ্চায়ত প্ৰতিনিধি আৰু নদুৱাৰ উন্নয়ন খণ্ডৰ চৰকাৰী কৰ্মচাৰী সকলৰ সমূহীয়া প্ৰচেষ্টাত জন্ম লাভ কৰে "সকাহে"। এই উদ্দেশ্যৰে জামুগুৰিহাটৰ নদুৱাৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। চতিয়া খণ্ড উন্নয়ন বিষয়া পলক কুমাৰ শৰ্মাৰ অধক্ষ্যতাত অনুষ্ঠিত সভাখনিত নদুৱাৰ উন্নয়ন খণ্ডৰ অধীনৰ পঞ্চায়ত প্ৰতিনিধি,চৰকাৰী কৰ্মচাৰী সকলৰ পৰা সংগৃহীত পূজিৰে সকাহ নামৰ এই ট্ৰাষ্ট টি গঠন কৰা হয়। এই ট্ৰাষ্ট ৰ জৰিয়তে নদুৱাৰ উন্নয়ন খণ্ডৰ এলেকাৰ দুখীয়া-দূৰ্গত লোকসকলক আৰ্থিক সাহাৰ্য প্ৰদান কৰা হব বুলি জানিব দিয়ে চতিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পলক কুমাৰ শৰ্মা আৰু নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি আজিত পায়েঙে।সহজতে চৰকাৰী আচনিয়ে ঢুকি নোপোৱা তথা তাৎক্ষণিকভাবে বানপানী,দূৰ্ঘটনাত পতিত লোকসকলক আৰ্থিক সাহাৰ্য এই ট্ৰাষ্টৰ জৰিয়তে প্ৰদান কৰা হব বুলি জানিব দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
36મી નેશનલ ગેમ્સ અંતર્ગત શહેરની 428 શાળાઓમાં રમતોત્સવનું આયોજન કરાયું
36મી નેશનલ ગેમ્સ અંતર્ગત શહેરની 428 શાળાઓમાં રમતોત્સવનું આયોજન કરાયું
DEESA // ડીસા માં પૂર્વ નગર સેવક ને અપશબ્દો બોલી ધમકી આપતાં ચકચાર..
DEESA // ડીસા માં પૂર્વ નગર સેવક ને અપશબ્દો બોલી ધમકી આપતાં ચકચાર..
ડીસા નગરપાલિકાના ચીફ ઓફિસર...
વિધાનસભાની ચૂંટણીને અનુલક્ષીને ફતેપુરા પોલીસ અને બી.એસ.એફ. ના જવાનો દ્વારા ફતેપુરા નગરમાં ફ્લેગમાર્ચ યોજાઈ.
વિધાનસભાની ચૂંટણીને અનુલક્ષીને ફતેપુરા પોલીસ અને બી.એસ.એફ ના જવાનો દ્વારા ફતેપુરા નગરમાં...
ખેડબ્રહ્મા ના વેપારી એ ચાંદીની મૂર્તિ ખરીદી સોની ની ધરપકડ કરાઈ
અમીરગઢમાં આવેલા જૈન દેરાસરમાં તાળા તોડી તેમાં રહેલી ભગવાનની મૂર્તિઓ ચોરી જવાની ઘટના ના આરોપી અને...