দৰংৰ লোক সংস্কৃতিৰ এক অন্যতম সমল হৈছে মথনী বা মথেনী উৎসৱ।আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত অৰ্থাৎ কাতি বিহুৰ দিনা পৰম্পৰাগত ভাৱে এই উৎসৱ পালন কৰা হয় । দৰং ৰ ঔতলাৰ দুৰ্গাগাঁওত প্ৰতিবছৰে পালন কৰি অহা সাৰ্বজনীন মথেনী উৎসৱ এইবেলি বিস্তাৰিত ৰূপত আজিৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ'ব। দুৰ্গাগাওঁ মথেনী খোলা প্ৰাঙ্গনত মেলা অনুষ্ঠিত হোৱাৰ লগতে প্ৰথম দিনৰ কাৰ্য সূচীত স্হানীয় নাগাৰা নামৰ উদীয়মান শিল্পী পাঠক জগন্নাথ নাথৰ নাগাৰা নাম প্ৰদৰ্শন হ'ব আনহাতে দ্বিতীয় দিনৰ বিশেষ আকৰ্ষণ হৈছে সন্ধিয়া ৬বজাৰ পৰা অসমৰ জনপ্ৰিয় নাগাৰা নামৰ শিল্পী দৰংৰ ছিপাঝাৰৰ পাঠক সুভাষ নাথৰ নাম প্ৰদৰ্শন ।উদ্যেক্তা সমিতিয়ে জানিবলৈ দিয়া অনুসৰি ইতিমধ্যে উৎসৱৰ যাবতীয় প্ৰস্ততি সম্পূৰ্ণ হৈছে লগতে সকলো সংস্কৃতিবান আৰু ভক্তপ্ৰাণ ৰাইজৰ উপস্হিতি কামনা কৰিছে। উল্লেখযোগ্য যে দৰংৰ হাজৰিকাপাৰাৰ ঐতিহ্য মণ্ডিত দেবানন্দ সত্ৰত এইবেলিও জাকজমকতাৰে প্ৰতিকী ৰূপত দধি মন্হন আৰু দেৱাসুৰৰ সমুদ্ৰ মন্থনৰ পৰম্পৰাগত কাৰ্যসূচীৰে মথেনী উৎসৱ স্হানীয় ৰাইজে পালন কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাজুলী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক জিতেন চন্দ ডেকা দেৱে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে..
মাজুলী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক জিতেন চন্দ ডেকা দেৱে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে..
વડોદરામાં બની રહ્યું છે,આંતરરાષ્ટ્રીય કક્ષાનું નવુ ક્રિકેટ સ્ટેડિયમ : ગમેતેટલો વરસાદ પડે તો પણ માત્ર 20 મિનિટમાં ફરી મેચ શરૂ થઈ શકશે
વડોદરામાં 42 એકરમાં આવતા વર્ષે રેડી થઈ જશે નવું ક્રિકેટ સ્ટેડિયમ, ઇન્ટરનેશનલ મેચના દુકાળનો 13...
કાલોલ મામલતદાર અને પોલીસ નુ સંયુકત ઓપરેશન જેતપુર ગોમા નદીના પટમાંથી રેતી ખનન કરતા બે ટ્રેકટરો રૂ ૧૦ લાખનો મુદ્દામાલ જપ્ત કર્યો
કાલોલ ની ગોમા નદીમાંથી ખુલ્લેઆમ ઠેક ઠેકાણે ખનન માફીયા દ્વારા રેતી અને માટીનું ખનન અને વહન કરવામાં...
NEWS | ડીસાના ભીલડી પાસે રેલવેના બે ડબ્બા પટરી પરથી ઉતરી ગયા | VR LIVE
NEWS | ડીસાના ભીલડી પાસે રેલવેના બે ડબ્બા પટરી પરથી ઉતરી ગયા | VR LIVE
દાંતીવાડા કોલોની વિસ્તારમાં તસ્કરો ચોરી કરતાં ના સીસીટીવી ફૂટેજ આવ્યા સામે || JKS NEWS
દાંતીવાડા કોલોની વિસ્તારમાં તસ્કરો ચોરી કરતાં ના સીસીટીવી ફૂટેજ આવ્યા સામે || JKS NEWS