জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বেজেৰা পঞ্চায়ত আজি প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয়।বেজেৰাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই বিতৰণ কাৰ্যসূচীত হিতাধিকাৰীৰ লগতে বেজেৰা উন্নয়ণ খণ্ডৰ খণ্ড বিষয়া অপুৰ্ব বৰুৱা,মুখ্যমন্ত্ৰীৰ ব্যত্তিগত সহায়ক প্ৰাণজিৎ ডেকা,বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা, কাৰ্যনিৰ্বাহক সদস্য কিৰণ কাকতি,বেজেৰা পঞ্চায়তৰ সভানেত্ৰী ভৱানী ডেকা, আঞ্চলিক সদস্যা জ্যোতি কুমাৰী,বেজেৰা গাওঁ প্ৰধান দণ্ড ধৰ ভূঞা ৰ লগতে বেজেৰা পঞ্চায়তৰ সদস্য সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કલોલની ધર્મનાથ સોસાયટીમાં ચોરી
#buletinindia #gujarat #mahesana
TVS Jupiter 2024 First Ride Review: कैसा है नया जुपिटर, खरीदने का मन बना रहे हैं तो पहले पढ़ लें ये खबर
टीवीएस मोटर्स की ओर से हाल में ही एंट्री लेवल स्कूटर TVS Jupiter110 को नए अवतार में...
দুটি শিশুৰ সমৰকলা প্ৰদৰ্শন, সামাজিক মাধ্যমত ভাইৰেল
দুটি শিশুৰ সমৰকলা প্ৰদৰ্শন, সামাজিক মাধ্যমত ভাইৰেল
Ram Mandir Inaugration: Ayodhya में रामलला की प्राण प्रतिष्ठा से पहले सियासत, एक-दूसरे पर वार
Ram Mandir Inaugration: Ayodhya में रामलला की प्राण प्रतिष्ठा से पहले सियासत, एक-दूसरे पर वार
જુદા જુદા નંબર ID થી વોટસઅપ અને ઇન્સ્ટા ઉપર મહિલાને હેરાન પરેશાન કરતા ઇસમની ધરપકડ કરતી સાઇબર ક્રાઈમ
જુદા જુદા નંબર ID થી વોટસઅપ અને ઇન્સ્ટા ઉપર મહિલાને હેરાન પરેશાન કરતા ઇસમની ધરપકડ કરતી સાઇબર ક્રાઈમ