জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বেজেৰা পঞ্চায়ত আজি প্ৰধানমন্ত্ৰী আবাস যোজনা (গ্ৰামীণ)ৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয়।বেজেৰাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই বিতৰণ কাৰ্যসূচীত হিতাধিকাৰীৰ লগতে বেজেৰা উন্নয়ণ খণ্ডৰ খণ্ড বিষয়া অপুৰ্ব বৰুৱা,মুখ্যমন্ত্ৰীৰ ব্যত্তিগত সহায়ক প্ৰাণজিৎ ডেকা,বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা, কাৰ্যনিৰ্বাহক সদস্য কিৰণ কাকতি,বেজেৰা পঞ্চায়তৰ সভানেত্ৰী ভৱানী ডেকা, আঞ্চলিক সদস্যা জ্যোতি কুমাৰী,বেজেৰা গাওঁ প্ৰধান দণ্ড ধৰ ভূঞা ৰ লগতে বেজেৰা পঞ্চায়তৰ সদস্য সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
डिजिटलाइजेशन ने सभी को पत्रकार बनाया - अरविंद थोरी
अरविंद थोरी का कहना था कि डिजिटलीकरण ने सभी को एक पत्रकार बना दिया है और इस तरह से हमारा समाज...
MCN NEWS: रांजणगाव खुरी येथे पाण्यात बुडून पंधरा वर्षीय मुलाचा मृत्यू
MCN NEWS: रांजणगाव खुरी येथे पाण्यात बुडून पंधरा वर्षीय मुलाचा मृत्यू
राजस्थान मे छात्रसंघ चुनाव पर संकट:शिक्षा विभाग ने कैलेंडर में जुलाई से 2 सितंबर के बीच की तारीख बताई थी
राजस्थान में छात्रसंघ चुनाव पर संकट मंडराने लगा है। उच्च शिक्षा विभाग द्वारा जारी किए गए वार्षिक...