দেওমৰনৈৰ বাঘৰবাৰীত "গীত-মাত-কথাৰে এসন্ধ্যা" । দেওমৰনৈ সংগীত মহাবিদ্যালয়ৰ শিক্ষক, বিশিষ্ট তবলা বাদক তপন চলিহাৰ একক প্ৰচেষ্টাত অনুষ্ঠিত হয় উক্ত সাংস্কৃতিক অনুষ্ঠানটি । মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা চাৰুপ্ৰভা চলিহাই আঁতধৰা অনুষ্ঠানখন উদ্বোধন কৰে সাংবাদিক নৱজিৎ শৰ্মাই। আৰোহণ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ অমৰ শৰ্মাই পৰিচালনা কৰা অনুষ্ঠানত বিশিষ্ট কন্ঠ শিল্পী অপূৰ্ব ভৰদ্বাজ,দ্বীজেন কুমাৰ, কন্দৰ্প বৰুৱা,ফুলেশ্বৰ নাথ, প্ৰসন্ন ডেকা,মুকুট মৰম,কংকী বৰুৱা প্ৰমুখ্যে একুৰিৰো অধিক শিল্পীয়ে গীত পৰিৱেশন কৰি নিয়ৰ সিক্ত নিশাটি জিপাল কৰি তোলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દાહોદ જિલ્લામાં વિશ્વ આદિવાસી દિવસની ઉજવણી કરી
દાહોદ જિલ્લામાં વિશ્વ આદિવાસી દિવસની ઉજવણી કરી
লুছানত অনুষ্ঠিত ডায়মণ্ড লীগ মীটৰ খিতাপ অৰ্জন নীৰজ চোপ্রাৰ
পুনৰ ইতিহাস ৰচিলে জেভলিন থ্র’ৱাৰ নীৰজ চোপ্রাই। লুছানত অনুষ্ঠিত ডায়মণ্ড লীগ মীটৰ খিতাপ...
दिग्गज BJP नेता के बेटे की ऑडी कार ने कई गाड़ियों को मारी टक्कर, अब पिता का आया रिएक्शन
मुंबई। Maharashtra Audi Car accident महाराष्ट्र भाजपा अध्यक्ष चंद्रशेखर बावनकुले के...
Farmer Protest: किसानों का दिल्ली कूच, आंदोलन की तैयारी, कस्टडी में #Rakesh Tikait
Farmer Protest: किसानों का दिल्ली कूच, आंदोलन की तैयारी, कस्टडी में #RakeshTikait |