ঢকুৱাখনাত বান পৰিস্থিতি বুজললে বিধায়ক নৱ দলে .

কেইবাটাও শিবিৰ পৰিদৰ্শন কৰে বিধায়ক নৱ দলে।

ঘিলামৰাত জিয়াঢল বানৰ কৱলত পৰা পিচতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ঘিলামৰাৰ বিস্তৃন অঞ্চলত।ফলত বহু লোকৰ ঘৰ আজিও বানৰ কৱলত পৰিছে।বিশেষকৈ এই বছৰৰ  তৃতীয় টু বানত কবলত পৰিছে ঘিলামৰাৰ বৰদৈবাম পঞ্চায়তৰ ,ত্ৰিশূল,নপাম,বৰদৈ কৈৱত,মাজি গাঁও,বালিচাপৰিকে আদি কৰি বিস্তৃন এলেকা বৰ্তমানেও জিয়াঢল বানৰ কৱলত।আনফালে দেৱলীয়া পঞ্চায়তৰ ভাটী জালভাৰী, আশৈফুটীয়াৰ, নলতলী,আদি অঞ্চলটো জিয়াঢল বানৰ তাণ্ডৱ।অৱশেষত বানাক্ৰান্তই শিবিৰত আশ্ৰয় গ্ৰহণ কৰিব লগীয়া হৈছে।এই শিবিৰ সমূহ পৰিদৰ্শন কৰে বিধায়ক নৱ দলে।