পথ দুৰ্ঘটনাত গুৰুত্বৰ ভাৱে আহত যুৱক

 কুকুৰে অগাভেটা কৰাত এই দুৰ্ঘটনা । এজন যুৱক সংকটত জনক । 

আজি সন্ধিয়া টেঙাপুখুৰী থানাৰ অন্তৰ্গত শিলাসাকুত সংঘটিত হয় এক পথ দুৰ্ঘটনা । ঐতিহাসিক ধোদৰ আলিত শিলাসাকু অঞ্চলত এটা কুকুৰে অগাভেতা কৰাত পথৰ কাষত পৰি এখন মটৰ চাইকেলত অহা দুজন যুৱক দুৰ্ঘটনা গ্ৰস্থ হয় । এজনৰ অৱস্থা সংকটতজন । স্থানীয় ৰাইজে যুৱক দুজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে । যুৱক দুজনৰ ঘৰ টেঙাপুখুৰী মৰাণ গাঁৱৰ ।