মানৱ সম্পদ গঢ়াত নিৰৱে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰা গহপুৰৰ সোলেঙীগুৰি পঞ্চায়তৰ নবিল প্ৰাথমিক বিদ্যালয়ৰৰ প্ৰাক্তন প্ৰধান শিক্ষক ৰুদ্ৰ বৰুৱা আৰু নাই। দীর্ঘদিন ধৰি উচ্চ ৰক্তচাপত আক্রান্ত হৈ থকা বিলতীয়া গাঁৱৰ নিবাসী, আদৰ্শৱান শিক্ষক বৰুৱাই বৃহস্পতিবাৰে বিয়লি ৪. ৪৪ বজাত ৬৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৬১ চনত এটি দৰিদ্র পৰিয়ালত জন্মগ্রহণ কৰি অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি উচ্চ শিক্ষা লৈ গাওঁখনৰ লগতে গহপুৰ অঞ্চলৰ বহু ছাত্র ছাত্রীক নিচেই কম পইচাত টিউচন কৰি জীৱন সংগ্রাম অব্যাহত ৰখাৰ লগতে পিছলৈ শিক্ষকতা জীৱন আৰম্ভ কৰে। ২০২১ চনৰ ৩১ মার্চত তেখেতে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰে। মৃদুভাষী, প্ৰচাৰবিমুখ ৰুদ্ৰ বৰুৱাই মৃত্যুৰ সময়ত পত্নী সহ এগৰাকী জীয়ৰী আৰু এজন পুত্র সন্তান এৰি থৈ গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
बारिश में स्कूल न छूटे इस उद्देश्य के साथ बच्चों को बांटे छाते:विवेक राजवंशी के नेतृत्व में पार्षद गण ओर समाज सेवी रहे उपस्थित।
बारिश में स्कूल न छूटे इस उद्देश्य के साथ बच्चों को बांटे छाते:विवेक राजवंशी के नेतृत्व में...
breking /आस्ट्रेलिया ने जीता वल्डकप
breking /आस्ट्रेलिया ने जीता वल्डकप
'राठौड़-पूनिया से बंद कमरे में पूछना सवाल', गोविंद सिंह डोटासरा के बयान से राजस्थान में सियासी बवाल
राजस्थान कांग्रेस कमेटी के प्रदेशाध्यक्ष गोविंद सिंह डोटासरा इस वक्त हरियाणा में हैं. विधानसभा...
86 बरस पहले ग़ायब हुए Plane का राज़ क्या है, क्या Japan ने Crash करवा दिया? | Tarikh E629
86 बरस पहले ग़ायब हुए Plane का राज़ क्या है, क्या Japan ने Crash करवा दिया? | Tarikh E629