মানৱ সম্পদ গঢ়াত নিৰৱে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰা গহপুৰৰ সোলেঙীগুৰি পঞ্চায়তৰ নবিল প্ৰাথমিক বিদ্যালয়ৰৰ প্ৰাক্তন প্ৰধান শিক্ষক ৰুদ্ৰ বৰুৱা আৰু নাই। দীর্ঘদিন ধৰি উচ্চ ৰক্তচাপত আক্রান্ত হৈ থকা বিলতীয়া গাঁৱৰ নিবাসী, আদৰ্শৱান শিক্ষক বৰুৱাই বৃহস্পতিবাৰে বিয়লি ৪. ৪৪ বজাত ৬৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। ১৯৬১ চনত এটি দৰিদ্র পৰিয়ালত জন্মগ্রহণ কৰি অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি উচ্চ শিক্ষা লৈ গাওঁখনৰ লগতে গহপুৰ অঞ্চলৰ বহু ছাত্র ছাত্রীক নিচেই কম পইচাত টিউচন কৰি জীৱন সংগ্রাম অব্যাহত ৰখাৰ লগতে পিছলৈ শিক্ষকতা জীৱন আৰম্ভ কৰে। ২০২১ চনৰ ৩১ মার্চত তেখেতে চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰে। মৃদুভাষী, প্ৰচাৰবিমুখ ৰুদ্ৰ বৰুৱাই মৃত্যুৰ সময়ত পত্নী সহ এগৰাকী জীয়ৰী আৰু এজন পুত্র সন্তান এৰি থৈ গৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
दिल्लीः रात में गद्दे पर मॉर्टिन जलाना पड़ा भारी, सोए हुए 6 लोगों की दम घुटने से मौत
नई दिल्ली। पूर्वी दिल्ली के शास्त्री पार्क इलाके में 6 लोगों की मौत का मामला सामने आया है।...
ખેતીવાડી ઉત્પન્ન બજાર સમિતિ હાલોલની ૧૦ બેઠકો માટે ચૂંટણી યોજાઈ, ૧૬ ઉમેદવારોના ભાવિ મત પેટીમાં સીલ,આવતીકાલે ચુકાદો.
હાલોલની ખેતીવાડી ઉત્પન્ન બજાર સમિતિના હોદ્દેદારો તેમજ સદસ્ય મંડળનો કાર્યકાળનો સમયગાળો પૂર્ણ થતા...
স্কুলত প্ৰভাত সভা
বঙাইগাঁও জিলাৰ শিক্ষা বিভাগত নতুন পদক্ষেপঃ চৰকাৰী বিদ্যালয় আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত একেলগে...
Crude Price Fall Impact On US Share Market | Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा?
Crude Price Fall Impact On US Share Market | Top 20 Stocks: बाजार में कौन से स्टॉक्स से बनेगा पैसा?
हज़रत मुफ़्ती अख्तर हुसैन क़ादरी का सालाना उर्स का हुआ आयोजन
،हजरत मुफ्ती अख़्तर हुसैन कादरी का सालाना चोबिस्वा उर्स मुफ्ती ए मिल्लत आयोजित हुआ ।
कोटा।विज्ञान...