শোণিতপুৰ জিলা দিৱসৰ লগত সংগতি  ৰাখি আজি পালন কৰা হয় ছাইকেল ৰেলী উপস্থিত থাকে শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ