নাজিৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মাৰ্কেট কমপ্লেস্কৰ তলত মঙ্গলবাৰে উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ । আৰক্ষীয়ে মৃতদেহ মৰণোত্বৰ পৰীক্ষাৰ বাবে প্ৰেৰণ ।